ETV Bharat / bharat

চীনৰ পৰা ইলেক্ট্ৰিক বাছ ক্ৰয় নকৰে দিল্লী চৰকাৰে - ভাৰত চীন

দিল্লী চৰকাৰে চীনৰ পৰা বৈদ্যুতিক বাছ ক্ৰয়ৰ সিদ্ধান্ত লৈছিল । কিন্তু ভাৰত-চীনৰ মাজত চলি থকা উত্তপ্ত পৰিস্থিতিৰ বাবেই দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

দিল্লী চৰকাৰে ইলেক্ট্ৰিক বাছ ক্ৰয় নকৰে চীনৰ পৰা

author img

By

Published : Jul 9, 2020, 12:47 AM IST

নিউজ ডেস্ক, 8 জুলাই : ভাৰত চীনৰ মাজত চলি থকা বিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে চীনা সামগ্ৰী বৰ্জনৰ বাবে দেশবাসীক আহ্বান জনাইছিল । ইয়াৰ ফলত দিল্লী চৰকাৰেও সলনি কৰে সিদ্ধান্ত । এই অনুসৰি দিল্লী চৰকাৰে এতিয়া আৰু ক্ৰয় নকৰে চীনৰ পৰা বৈদ্যুতিক বাছ ।

উল্লেখ্য যে, এক সূত্ৰই প্ৰকাশ পোৱা অনুসৰি দিল্লী চৰকাৰে চীনৰ পৰা বৈদ্যুতিক বাছ ক্ৰয়ৰ সিদ্ধান্ত লৈছিল । কিন্তু ভাৰত চীনৰ মাজত চলি থকা উত্তপ্ত পৰিস্থিতিৰ বাবেই দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰাজ্যিক পৰিবহণ মন্ত্ৰী কৈলাশ গেহলোটে ইতিমধ্যে বহু ৰাজ্য ভ্ৰমণ কৰিছে আৰু বৈদ্যুতিক বাহন ক্ৰয়ৰ বিকল্পৰ সন্ধান কৰিছে ।

লগতে পঢ়ক : লাহে লাহে কৰ'ণাৰ সংক্ৰমণ কমিছেঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.