ETV Bharat / bharat

ছণ্ডীগড়ত আৰম্ভ CTU বাছ সেৱা

author img

By

Published : May 22, 2020, 10:30 AM IST

দুমাহ বন্ধ হৈ থকাৰ পাচত বৃহস্পতিবাৰৰ পৰা ছণ্ডীগড়ত মুকলি কৰা হ'ল চৰকাৰৰ অধীনত থকা বাছ সেৱা । বাছত যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত সামাজিক দূৰত্ব নিয়ম মানিবলৈ কোৱা হৈছে ।

ছণ্ডীগড়ত আৰম্ভ CTU বাছ সেৱা
ছণ্ডীগড়ত আৰম্ভ CTU বাছ সেৱা

নিউজ ডেস্ক, 22 মে': ছত্তীগড় পৰিবহনৰ অধীনৰ (CTU) বাছ সেৱা পুনৰ মুকলি কৰা হ'ল কেন্দ্ৰীয় শাসিত ৰাজ্য়খনত । কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দুমাহ ধৰি কেন্দ্ৰীয় শাসিত অঞ্চলটোত বন্ধ ৰখা হৈছিল বাছৰ চলাচল ।

বাছৰ চলাচল আৰম্ভ হোৱাৰ পাচত এগৰাকী বাছৰ চালকে কয়, "15 জনতকৈ অধিক যাত্ৰী একেসময়তে কঢ়িয়াবলৈ আমাক অনুমতি প্ৰদান কৰা নাই । লগতে, যাত্ৰা কৰিবলৈ আমিও কিছু পৰিমানে শংকিত হৈ আছো ।"

যাত্ৰী সকলে প্ৰয়োজনীয় সুৰক্ষা গ্ৰহণৰ বাবে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব ৰোধ কৰিলে বাছ সমূহ সংক্ৰমণৰ পৰা মুক্ত হৈ থাকিব । ইপিনে এগৰাকী যাত্ৰীয়ে কয় যে, তেওঁলোক সুখী, সকলো যাত্ৰীয়ে মানি চলিচে সামাজিক দূৰত্ব । প্ৰশাসনে সুৰক্ষাৰ বাবে ব্যৱস্থা লৈছে আৰু সেয়ে তেওঁলোকৰ মনত এতিয়া শংকা নাই । বাছ সমূহৰ ভিতৰত কি কি কৰিব আৰু কি কি নকৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে বুলি প্ৰকাশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.