ETV Bharat / bharat

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া পৰিসংখ্যা

author img

By

Published : Jun 13, 2020, 3:49 PM IST

ভাৰতৰ সকলো ৰাজ্যৰে COVID-19ৰ সাম্প্ৰতিক তথ্য জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...

COVID-19 INDIA TRACKER
COVID-19 INDIA TRACKER

নেশ্যনেল ডেস্ক, 13 জুনঃ ভাৰতত COVID-19 সংক্ৰমণৰ সংখ্যাই অতিক্ৰম কৰিলে 3 লক্ষাধিক । 12 জুনলৈ এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 308993 গৰাকী লোকলৈ । লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 8890 গৰাকীলৈ । বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 154330 গৰাকী লোক । ভাৰতৰ ভিতৰতে এই মহামাৰীত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 101141 গৰাকীলৈ । লগতে ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও 3717 গৰাকীলৈ বৃদ্ধি পাইছে । এই মহামাৰী সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে তামিলনাডু, গুজৰাট, দিল্লী, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো ।

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া পৰিসংখ্যা

লগতে চাওকঃ COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.