ETV Bharat / bharat

Covid 19: ভাৰতৰ আক্ৰান্ত ৰাজ্যসমূহৰ শেহতীয়া তথ্য - কৰ’ণা ভাইৰাছ

মহাৰাষ্ট্ৰত 16,54,028 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত 43,463 গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ বৰ্তমানে ৰাজ্যখনত 1,32,069 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 14,78,496 গৰাকী ব্যক্তিয়ে ৷

Covid 19 India tracker State wise report
ভাৰতৰ আক্ৰান্ত ৰাজ্যসমূহৰ শেহতীয়া তথ্য
author img

By

Published : Oct 28, 2020, 2:11 PM IST

নতুন দিল্লী,28 অক্টোবৰ: ভাৰতত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ সংহাৰ ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 79,90,322 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 72 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ দেশখনত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,20,010 গৰাকীয়ে ৷ সম্প্ৰতি 6,10,803 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷

Covid 19 India tracker State wise report
ভাৰতৰ আক্ৰান্ত ৰাজ্যসমূহৰ শেহতীয়া তথ্য

ভাৰতৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত 16,54,028 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত 43,463 গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ বৰ্তমানে ৰাজ্যখনত 1,32,069 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 14,78,496 গৰাকী ব্যক্তিয়ে ৷

লগতে চাওকঃ এই 337 এপৰ ওপৰত সাৱধান, চুৰি কৰিব আপোনাৰ ব্যক্তিগত তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.