ETV Bharat / bharat

কোভিড-19 : সজাগতা বৃদ্ধিৰ নিৰ্দেশনা জাৰি শিশু অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগৰ - কোভিড-19

শিশুৰ অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্দেশনাটোত কোভিড-19ৰ সন্দৰ্ভত শিশুসকলৰ ক্ষেত্ৰত সাৱধানতা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ৷

সজাগতা বৃদ্ধিৰ নিৰ্দেশনা জাৰি শিশু অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগৰ

author img

By

Published : Mar 5, 2020, 2:03 PM IST

নিউজ ডেস্ক, 5 মাৰ্চ : সমগ্ৰ বিশ্বত ভয়ানক ৰূপ ধাৰণ কৰা কোভিড-19ৰ ক্ষেত্ৰত সাৱধানতা ল'বলৈ আহ্বান শিশুৰ অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগৰ ৷ শিশুসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আয়োগে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ নিৰ্দেশনা জাৰি কৰিছে ৷ নিৰ্দেশনাটোত কোভিড-19ৰ সন্দৰ্ভত শিশুসকলৰ ক্ষেত্ৰত সাৱধানতা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ৷

শিশু অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগ
শিশু অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগ
শিশু অধিকাৰ ৰক্ষা ৰাষ্ট্ৰীয় আয়োগ
জাৰি কৰা নিৰ্দেশনাটো

চিআৰপিচি আইন, 2005ৰ অনুচ্ছেদ 13 (D)ৰ অধীনত ৰাজ্যসমূহৰ শিক্ষা বিভাগক ৰাজ্যিক স্বাস্থ্য বিভাগৰ সহযোগত সজাগতা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে আয়োগে ৷ ৰাজ্যিক শিক্ষা বিভাগে জিলা শিক্ষা বিষয়াৰ সহযোগত বিদ্যালয়সমূহত কোভিড-19 সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা নিৰ্দেশনাসমূহ কাৰ্যকৰী হৈছে নে নাই তাক নিশ্চিত কৰিব ৷ ইতিমধ্যে দেশৰ স্বাস্থ্য বিভাগে কোভিড-19 সন্দৰ্ভত সমগ্ৰ দেশৰ বিদ্যালয়সমূহৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.