ETV Bharat / bharat

প্ৰাতঃ ভ্ৰমণলৈ যোৱা 120 গৰাকী লোকক আবদ্ধ লাতুৰ আৰক্ষীৰ - লাতুৰ আৰক্ষী

120 গৰাকী লক ডাউন উলংঘাকাৰীক বৃহস্পতিবাৰে আবদ্ধ কৰি ৰাখে লাতুৰ আৰক্ষীয়ে ৷ ভাৰতীয় দণ্ডবিধিৰ 188, 269, আৰু 270 ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

120 গৰাকী লোকক আবদ্ধ লাতুৰ আৰক্ষীৰ
Cops book 120 morning walkers for defying lockdown orders in Latur
author img

By

Published : Apr 2, 2020, 2:24 PM IST

নেশ্যনেল ডেস্ক, 2 এপ্ৰিলঃ বৃহস্পতিবাৰে লাতুৰ আৰক্ষীয়ে 120 গৰাকী লক ডাউন উলংঘাকাৰীক আবদ্ধ কৰি ৰাখে ৷ লাতুৰৰ জিলা তথ্য কাৰ্যালয়ে সদৰি কৰা মতে, প্ৰশাসনৰ দ্বাৰা কেইবাবাৰো লক ডাউন মানি চলাৰ নিৰ্দেশনা প্ৰদান কৰা সত্বেও বৃহস্পতিবাৰে পুৱা চহৰখনৰ কেইবাটাও এলেকাত বহু লোকে প্ৰাতঃ ভ্ৰমণৰ উদ্দেশ্যে ওলাই অহা পৰিলক্ষিত হয় ৷ সকলো উলংঘাকাৰীকে শিৱাজী নগৰ আৰক্ষী চকীলৈ নিয়া হয় আৰু ভাৰতীয় দণ্ডবিধিৰ 188, 269, আৰু 270 ধাৰাত গোচৰ ৰুজু কৰে ৷

প্ৰতিবেদন অনুসৰি. 120 গৰাকী উলংঘাকাৰীৰ ভিতৰত 110 গৰাকী পুৰুষ আৰু 10 গৰাকী মহিলা আছে ৷ বৰ্তমানলৈ লাতুৰ জিলাৰ এটাও কৰ'ণা ভাইৰাছৰ পজিটিভ ৰিপ'ৰ্ট অহা নাই ৷

লগতে পঢকঃ সুস্থ হৈ ঘৰলৈ উভতিল ভাৰতৰ প্ৰবীণতম কোভিড-19 আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.