ETV Bharat / bharat

হিমাচল প্ৰদেশৰ দ খাৱৈত বাগৰি পৰিল বাছ - चंबा

চম্বা জিলাৰ পঞ্চপুলাত বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ দহজনৰো অধিক লোক নিহত হোৱাৰ লগতে আহত 35 জনতকৈও অধিক লোক ৷ গুৰুতৰভাৱে আহতসকলক চম্বা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি ৷

bus accident in chamba
author img

By

Published : Apr 28, 2019, 12:32 AM IST

Updated : Apr 28, 2019, 4:55 AM IST

চম্বা , 27 এপ্ৰিলঃ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ পঞ্চপুলাৰ সমীপত দ খাৱৈত বাছ বাগৰি দুৰ্ঘটনাগ্ৰস্ত ৷ ঘটনাটোত 12 জনৰো অধিক লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় 35 জনৰো অধিক ৷

হিমাচল প্ৰদেশৰ দ খাৱৈত বাগৰি পৰিল বাছ

শনিবাৰে নিশা 8 বজাত বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ হিমাচলৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰৰ নিৰ্দেশমৰ্মে ঘটনাস্থলীত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ৷ লগতে আহত লোকসকলক অনতিপলমে চিকিৎসালয়ত ভৰ্তি কৰাবলৈও নিৰ্দেশ দিয়ে হিমাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ মঙলদৈত শোকাৱহ পথ দুৰ্ঘটনা

তথ্য অনুসৰি 40 জন যাত্ৰীসহ বাছখন পাঠানকোটৰ পৰা ডেলহাউচী অভিমুখে গৈ আছিল ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে প্ৰশাসনিক বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ দুৰ্ঘটনাটোত আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

Intro:Body:

bus accident 

Conclusion:
Last Updated : Apr 28, 2019, 4:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.