ETV Bharat / bharat

ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ - ন্যায়াধীশ ৰঞ্জন গগৈ

যৌন উৎপীড়নৰ অভিযোগ খণ্ডন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৷এনে ধৰণৰ মিছা অভিযোগে ন্যায়পালিকাৰ স্বাধীনতা খৰ্ব কৰে বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে ৷

Intro:ইন্দ্ৰ বণিয়াৰ মৃত্যু বার্ষিকীৰ লগত সংগতি ৰাখি অসম অভিনয় প্ৰতিষ্ঠানৰ উদ্যোগত মৃত্যু চতুৰ্থ বাৰ্ষিকি উপলক্ষ সদৌ অসম ভিত্তিত একক অভিনয় প্ৰতিযোগিতা। Body:গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষা গৃহত 26 মেত অনুষ্ঠিত হব একক অভিনয় প্ৰতিযোগিতা। Bite:-মিনো বণিয়া। অনুষ্ঠানত উপস্থিত থাকে নেত্ৰ কাই খ্যাত অৰুণ হাজৰিকা, ইনু বৰুৱা লগতে বহু খ্যাত অভিনেতা অভিনেত্ৰী।অনুষ্ঠানত ইন্দ্ৰ বণিয়াৰ লগত থকা মিঠা স্মৃতি সকলোৱে প্ৰকাশ কৰাৰ লগতে অসমীয়া ছবি জগতলৈ থকা তেওঁৰ অৱদানক একমুখে স্বীকাৰ কৰে সকলোৱে।
author img

By

Published : Apr 20, 2019, 2:23 PM IST

নতুন দিল্লী , 20 এপ্ৰিল : নিজৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন উৎপীড়নৰ অভিযোগ খণ্ডন কৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ এনে ধৰণৰ মিছা অভিযোগে ন্যায়পালিকাৰ স্বাধীনতা খৰ্ব কৰে বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে ৷ এয়া ন্যায়পালিকাক অস্থিৰ কৰিবলৈ কৰা ষড়যন্ত্ৰ বুলি মন্তব্য কৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

  • CJI on sexual harassment allegations against him says independence of judiciary is under very very serious threat and there is a “larger conspiracy” to destabilise the judiciary. He says there is some bigger force behind the woman who made sexual harassment charges. https://t.co/tc05vQcBZK

    — ANI (@ANI) April 20, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উচ্চতম ন্যায়ালয়ৰ এক বিশেষ বিচাৰপীঠে এই অভিযোগৰ শুনানি গ্ৰহণ কৰে ৷ তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আঁৰত ষড়যন্ত্ৰ থকা বুলি প্ৰকাশ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে ৷ মুখ্য ন্যায়াধীশৰ কাৰ্যপ্ৰণালীত প্ৰভাৱ পেলাবৰ বাবেই এনে ষড়যন্ত্ৰ কৰা হৈছে বুলি তেওঁ লগতে প্ৰকাশ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মুখ্য ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে ৷ মুখ্য ন্যায়াধীশ গৰাকীয়ে মন্তব্য কৰা অনুসৰি আগন্তুক সপ্তাহত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ শুনানি গ্ৰহণ কৰা হ'ব ৷ সেয়েহে তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰা হৈছে ৷ কিন্তু ন্যায়পালিকাক কোনো লোকে বলিৰ পঁঠা সজাব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে ৷ এনে ধৰণৰ ঘটনাই ন্যায়পালিকাৰ প্ৰতি বিপদ মাতিছে বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁৰ বিৰুদ্ধে দুৰ্নীতি কোনো অভিযোগ উত্থাপন কৰিব নোৱাৰে সেয়েহে এনে ধৰণৰ অভিযোগ উত্থাপন কৰা হৈছে কয় মুখ্য ন্যায়াধীশ গৰাকীয়ে ৷

Intro:Body:

rr

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.