ETV Bharat / bharat

অৰুণাচল প্ৰদেশত চীনা সেনাৰ অবৈধ প্ৰৱেশ!

author img

By

Published : Sep 4, 2019, 5:00 PM IST

চীনা সেনাই চকলাম গাঁৱৰ মাজেৰে বৈ যোৱা এখন নদীত খৰিৰে এখন সৰু দলং সাজি চীন আৰু অৰুণাচলৰ সীমান্তৰে এইদৰে প্ৰৱেশ কৰে। ঘটনা সন্দৰ্ভত অৰুণাচলৰ পূব সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাওৱে মন্তব্য আগবঢ়ায় কয় যে এই সমগ্ৰ ঘটনাৰ বিষয়ে তেওঁক স্থানীয় ৰাইজে অৱগত কৰোৱাত উক্ত ঘটনাৰ উমান পায়।

অৰুণাচল প্ৰদেশত চীনা সেনাৰ অবৈধ প্ৰৱেশ

ইটানগৰ, 4 চেপ্টেম্বৰ: ভাৰত-পাকিস্তান সন্দৰ্ভত দেশত চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে মঙলবাৰে অৰুণাচলৰ লোবাৰ দিবাং বেলী জিলাৰ চকলা গাঁৱত চীন দেশৰ সেনাই অবৈধভাৱে প্ৰৱেশ কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত চাঞ্চল্য অব্যাহত আছে । এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি উক্ত স্থানত চীনা সেনাই চকলাম গাঁৱৰ মাজেৰে বৈ যোৱা এখন নদীত খৰিৰে এখন সৰু দলং সাজি চীন আৰু অৰুণাচলৰ সীমান্তৰে প্ৰৱেশ কৰে। ঘটনা সন্দৰ্ভত অৰুণাচলৰ পূব সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাওৱে মন্তব্য আগবঢ়ায় কয় যে এই সমগ্ৰ ঘটনাৰ বিষয়ে তেওঁক স্থানীয় ৰাইজে অৱগত কৰোৱাত উক্ত ঘটনাৰ উমান পায়।

অৰুণাচল প্ৰদেশত চীনা সেনাৰ অবৈধ প্ৰৱেশ
অৰুণাচল প্ৰদেশত চীনা সেনাৰ অবৈধ প্ৰৱেশ

স্থানীয় ৰাইজে এই সম্পৰ্কে কেন্দ্ৰ চৰকাৰক অৱগত কৰে আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও চীনা সেনাই কেবাবাৰো অবৈধ প্ৰৱেশ কৰে উক্ত স্থানত।

Intro:অৰুণাচল প্ৰদেশত চীনা সেনাৰ অবৈধ প্ৰৱেশ

Body:ইটানগৰ, ৪ ছেপ্টেম্বৰ: ভাৰত-পাকিস্তান সন্দৰ্ভত দেশত চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে মঙ্গলবাৰে অৰুণাচলৰ লোবাৰ দিবাং বেলী জিলাৰ চকলা গাঁৱত চীন দেশৰ সেনাই অবৈধভাৱে প্ৰৱেশ কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাটোত চাঞ্চল্য অব্যাহত আছে।

এক সূত্ৰৰ প্ৰকাশ অনুসৰি উক্ত স্থানত চীনা সেনাই চকলাম গাঁৱৰ মাজেৰে বৈ যোৱা এটা নদীত খৰিৰে এখন সৰু দলং সাজি চীন আৰু অৰুণাচলৰ সীমান্তৰে এইদৰে প্ৰৱেশ কৰে। ঘটনা সন্দৰ্ভত অৰুণাচলৰ পূব সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাওৱে মন্তব্য আগবঢ়ায় কয় যে এই সমগ্ৰ ঘটনাৰ বিষয়ে তেওঁক স্থানীয় ৰাইজে অৱগত কৰোৱাত উক্ত ঘটনাৰ উমান পায়।

স্থানীয় ৰাইজে এই সম্পৰ্কে কেন্দ্ৰ চৰকাৰক অৱগত কৰে আৰু ইয়াৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও চীনা সেনাই কেবাবাৰো অবৈধ প্ৰৱেশ কৰে উক্ত স্থানত।

अरुणाचल प्रदेश में चीनी सैनिकों ने की घुसपैठ

इटानगर, 04 सितम्बर। पाकिस्तान से तनातनी के बीच अब भारत के पूर्वोत्तर क्षेत्र अरुणाचल प्रदेश में चीन की सेना ने घुसपैठ की है। जिसको लेकर इलाके में भारी तनाव उत्पन्न हो गया है।

सूत्रों से मिली जानकारी के अनुसार अरुणाचल प्रदेश के लोवर दिबांग वैली जिला के चकला गांव के अंतरराष्ट्रीय क्षेत्र में चीनी सेना ने घुसपैठ की है। चीन ने चाकलागाम क्षेत्रों की एक नदी पर लकड़ी का पुल बनाकर अरुणाचल में घुसपैठ किया। इस बारे में अरुणाचल प्रदेश के ईस्ट संसदीय क्षेत्र के सांसद तापीर गाव ने कहा है कि गांव के स्थानीय युवाओं से पता चला है कि उनके इलाके में चीनी सैनियों ने घुसपैठ की है। गांव वालों ने बताया कि उन्होंने इसकी जानकारी केंद्र सरकार को दे दी है। केंद्र सरकार इस मामले में बात कर रही है। उन्होंने यह भी कहा कि यह पहली बार नहीं है, पहले भी इस क्षेत्र में चीनी सैनिक कई बार घुसपैठ कर चुके हैं।

Conclusion:Asrar Ansari
Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.