ETV Bharat / bharat

দ্বিতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু ভাৰত - ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ

15 জুলাই পুৱতি নিশা 2 বাজি 51 বজাত উৎক্ষেপন কৰা হ'ব চন্দ্ৰযান ৷ GSLV MK III ৰ জৰিয়তে মহাকাশত উৎক্ষেপন কৰা হ'ব যানখন৷

ETV BHARAT
author img

By

Published : Jun 12, 2019, 2:59 PM IST

বাংগালুৰু ,12 জুন : দ্বিতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ৷ মঙলবাৰে ইছৰ'ৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি 15 জুলাইত উৎক্ষেপন কৰা হ'ব চন্দ্ৰায়ন 2৷

ইছৰ'ৰ অধ্যক্ষ কে শিৱনে প্ৰকাশ কৰা অনুসৰি 15 জুলাই পুৱতি নিশা 2 বাজি 51 মিনিটত উৎক্ষেপন কৰা হ'ব চন্দ্ৰযান ৷ GSLV MK III ৰ জৰিয়তে মহাকাশত উৎক্ষেপন কৰা হ'ব যানখন৷

  • Indian Space Research Organisation Chairman Dr. K Sivan: ISRO has firmed up that Chandrayaan 2 Mission will be launched on July 15 early morning at 2 hours 51 minutes. pic.twitter.com/E64eBaZfu7

    — ANI (@ANI) June 12, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

Chandraayan 2 to be launched on July 15

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.