ETV Bharat / bharat

প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ লক্ষ্যৰে আকাশ ক্ষেপনাস্ত্ৰৰ ৰপ্তানিত অনুমোদন - ছাৰফেছ-টু-এয়াৰ ক্ষেপনাস্ত্ৰ প্ৰণালী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনথ সিঙে বুধবাৰে প্ৰকাশ কৰা অনুসৰি, দেশৰ প্ৰতিৰক্ষা ৰপ্তানিৰ 5 বিলিয়ন লক্ষ্যত উপনীত হোৱাৰ বাবে স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত শক্তিশালী আকাশ ক্ষেপনাস্ত্ৰ প্ৰণালীৰ বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন গৃহীত কৰিছে ৷

প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ লক্ষ্যৰে আকাশ ক্ষেপনাস্ত্ৰৰ ৰপ্তানিত অনুমোদন

author img

By

Published : Dec 30, 2020, 5:48 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ : বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰলৈ আকাশ ক্ষেপনাস্ত্ৰ ৰপ্তানিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে ৷ বুধবাৰে এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ দেশৰ 5 বিলিয়ন ডলাৰ প্ৰতিৰক্ষা ৰপ্তানিৰ লক্ষ্যত উপনীত হ’বলৈ কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনায় ৰাজনাথ সিঙে ৷

  • The Government of India intends to focus on exporting high value defence platforms, to achieve target of 5 Billion USD of defence export and improve strategic relations with friendly foreign countries.

    — Rajnath Singh (@rajnathsingh) December 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আকাশ হৈ দেশৰ 96 শতাংশ স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত ছাৰফেছ-টু-এয়াৰ ক্ষেপনাস্ত্ৰ প্ৰণালী আৰু ইয়াক 2014ত ভাৰতীয় বায়ুসেনাৰ লগতে 2015ত ভাৰতীয় স্থলসেনাত সংযোজন কৰা হৈছিল ৷ 25 কিলোমিটাৰ দুৰত্বৰ লক্ষ্যভেদী আকাশ ক্ষেপনাস্ত্ৰ ভাৰতীয় সামৰিক বাহিনীৰ এক অন্যতম শস্ত্ৰ ৷

  • So far, Indian defence exports included parts/components etc. The export of big platforms was minimal.

    This decision by the Cabinet would help the country to improve its defence products and make them globally competitive.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনোৱাৰ পিচতেই ৰাজনাথ সিঙে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে ৷ সিঙে জনোৱা অনুসৰি, ক্ষীপ্ৰতাৰে এই কাম সম্পন্ন কৰিবলৈ এখন সমিতিও গঠন কৰা হৈছে ৷

  • Akash is country’s important missile with over 96 percent indigenisation. Akash is a Surface to Air Missile with a range of 25 Kms.

    The export version of Akash will be different from System currently deployed with Indian Armed Forces.

দেশৰ প্ৰতিৰক্ষা সামগ্ৰীৰ বজাৰখন আমদানিৰ পৰিৱৰ্তে ৰপ্তানিমুলক কৰি গঢ়ি তুলিবলৈ এই সিদ্ধান্ত লয় কেন্দ্ৰীয় কেবিনেটে ৷ ইয়াৰ পূৰ্বে ভাৰতে প্ৰতিৰক্ষা সামগ্ৰী অংশ আৰু খণ্ডহে ৰপ্তানি কৰিছিল যদিও আকাশ ক্ষেপনাস্ত্ৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তই দেশৰ প্ৰতিৰক্ষা ৰপ্তানি অধিক পৰিমানে গ্ৰহণযোগ্য তথা বিশ্ব বজাৰত প্ৰতিযোগিতামুলক কৰি তুলিব বুলি কয় সিঙে ৷

  • Under the #AtmaNirbharBharat, India is growing in its capabilities of manufacturing wide variety of Defence platforms & missiles.

    The Cabinet chaired by PM @narendramodi ji today approved the export of Akash Missile System and a Committee for faster Approvals has been created.

আকাশৰ উপৰিও উপকূলীয় নিৰীক্ষণকাৰী প্ৰণালী, ৰাডাছৰ আৰু এয়াৰ প্লেটফৰ্মো এই সিদ্ধান্তলৈ অনা হ’ব আৰু গঠন কৰা সমিতিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ ইয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰে এই সমিতিখন গঠন কৰা হ’ব ৷

লগতে পঢ়ক : কৃষকসকল অন্নদাতা,তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’ব নালাগে: ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.