বিজনেছ ডেস্ক, 1 ফেব্ৰুৱাৰী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰে তেওঁৰ দ্বিতীয়খন বাজেট ৷ বিজেপিৰ ক্ৰমাগত দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত মোডী চৰকাৰে প্ৰতিটো খণ্ডতে অৰ্থ সাহায্য প্ৰদান কৰাৰ প্ৰয়াস চলাইছে ৷