ETV Bharat / bharat

আযোধ্যা ৰায়দানৰ দ্বাৰা বিশ্বক একতাৰ বাৰ্তা দিয়া সুযোগ: ৰামদেৱ - অযোধ্যা ভূমি বিবাদ ৰায়দান সন্দৰ্ভক লৈ ৰামদেৱৰ প্ৰতিক্ৰিয়া

অযোধ্যা ভূমি বিবাদ ৰায়দান সন্দৰ্ভক লৈ ৰামদেৱৰ প্ৰতিক্ৰিয়া ৷ বিশ্বক একতাৰ বাৰ্তা দিয়া সুন্দৰ সুযোগ বুলি কয় ৰামদেৱে ৷

আযোধ্যা ৰায়দানৰ দ্বাৰা বিশ্বক একতাৰ বাৰ্তা দিয়া সুযোগ: ৰামদেৱ
author img

By

Published : Nov 9, 2019, 12:01 PM IST

Updated : Nov 9, 2019, 5:45 PM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ: আজি প্ৰদান কৰা হয় ঐতিহাসিক আযোধ্যা ভূমি বিবাদৰ ৰায়দান ৷ দেশ সংবিধানৰ দ্বাৰা চলে ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ক সন্মান কৰা মানে দেশক সন্মান কৰা ৷ যদিহে কোনো লোকে এই ৰায়ক লৈ হিংসাত্মক ঘটনা অথবা অপ্ৰচাৰ চলায় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ আযোধ্যা ৰায়দানৰ দ্বাৰা আমি বিশ্বত একতাৰ বাৰ্তা প্ৰদান কৰিব পাৰিম বুলি কয় বাবা ৰামদেৱে

উল্লেখ্য যে,দীৰ্ঘদিনৰ পৰা চলি অহা অযোধ্যা ভূমি-বিবাদৰ আজি ৰায়দান প্ৰদান কৰা হয় ৷ আযোধ্যাত নিৰ্মাণ হ’ব ৰাম মন্দিৰ ৷ ন্যাসৰ অধীনত কৰা হ’ব সকলো কাম-কাজ ৷ মচজিদৰ বাবে পাঁচ একৰ ভূমি বিকল্প স্থানত প্ৰদান কৰা হ’ব ৷

১৬ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অযোধ্যা গোচৰৰ শুনানি সম্পূৰ্ণ কৰি সুৰক্ষিত ৰাখিছিল ৰায় ৷ শনিবাৰে পুৱা ১০.৩০ বজাৰ পৰা শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া পীঠে প্ৰদান কৰা ৰায়ৰ শুনানি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰদান কৰে ৷

লগতে চাওকঃ বটদ্ৰৱাৰ পৰা ৰহস্যজনক ভাৱে সন্ধানহীন দুটি সন্তানৰ মাতৃ

Moradabad (UP), Nov 09 (ANI): Ahead of Supreme Court verdict on Ram Janmabhoomi-Babri Masjid dispute, Uttar Pradesh's Moradabad Range IG, Ramit Sharma said that action can be taken against anyone spreading rumours or hurting people's sentiments. "Everything is normal. We instructed security forces and departments to stay alert in morning. We expect everything to be normal. We are monitoring social media so that action can be taken against anyone spreading rumours or hurting people's sentiments," said, IG Moradabad Range.
Last Updated : Nov 9, 2019, 5:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.