ETV Bharat / bharat

ইনষ্টাগ্ৰামত সুশান্তৰ সৈতে থকা স্মৃতি সোৱৰিলে ভগ্নী শ্ৰেতাই

author img

By

Published : Jul 27, 2020, 7:42 PM IST

ভাতৃ সুশান্ত সিং ৰাজপুতৰ সৈতে থকা স্মৃতি সোমবাৰে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে ভগ্নী শ্ৰেতা সিং কীৰ্তিয়ে। সুশান্ত প্ৰাথমিক বিদ্য়ালয়ত থকা সময়ৰে এটি ঘটনাৰ সম্পূৰ্ণ বিবৰণি সহিতে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে শ্ৰেতাই ।

সুশান্ত সিং ৰাজপুত

নিউজ ডেস্ক, ২৭ জুলাইঃ সদ্য প্ৰয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ স্মৃতি সোঁৱৰি সোমবাৰে ছ'চিয়েল মিডিয়াত এটি পোষ্ট শ্বেয়াৰ কৰে অভিনেতা গৰাকীৰ ভগ্নী শ্ৰেতা সিং কীৰ্তিয়ে। সোমবাৰে শ্ৰেতাই ইনষ্টাগ্ৰামত সুশান্তৰ শিশুকালৰ তথা বিদ্যালয়লৈ যোৱা ঘটনা শ্বেয়াৰ কৰে। সুশান্ত প্ৰাক প্ৰাথমিকত থকাৰে এটি ঘটনাৰ সম্পূৰ্ণ বিবৰণ দি এটি পোষ্ট শ্বেয়াৰ কৰে। পোষ্টত সুশান্তে ৪ /৫ বছৰ বয়সতে ক্লাছ বাংক কৰিছিল বুলি উল্লেখ কৰে ।

লগতে ২০০৭ চনত বিবাহ-পাশত আবদ্ধ হোৱা শ্ৰেতা বিয়াৰ পাচত নিজৰ জীৱনক লৈ ব্যস্ত হোৱাৰ উপৰিও সুশান্ত বলিউড ব্যস্ত হৈ পৰে বুলি মত ব্যক্ত কৰে ।

লগতে চাওকঃ নদীৰ ঘোলা পানী খাই জীৱন কটোৱা বিটিচিৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.