ETV Bharat / bharat

হায়দৰাবাদত অসম পৰ্যটন বিভাগৰ ৰ'ড শ্ব'

পৰ্যটকক আকৰ্ষিত কৰিবলৈ অসম পৰ্যটন বিভাগৰ বিশেষ প্ৰচেষ্টা ৷ অসমৰ কলা-সংস্কৃতি,বৈচিত্ৰতা দাঙি ধৰি দেশৰ বিভিন্ন ঠাইত ৰ'ড শ্ব'ৰ আয়োজন কৰিছে অসম পৰ্যটন বিভাগে ৷

author img

By

Published : Jan 30, 2020, 6:06 PM IST

ASSAM TOURIST DEPARTMENT ROAD SHOW
হায়দৰাবাদত অসম পৰ্যটন বিভাগৰ ৰ'ড শ্ব'

হায়দৰাবাদ, 30 জানুৱাৰীঃ প্ৰকৃতিৰ ৰম্যভূমি অসম ৷ অসমৰ বৈচিত্ৰতা, কলা-সংস্কৃতিয়ে আকৰ্ষণ কৰে পৰ্যটকসকলক ৷ অসম পৰ্যটন বিভাগে অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতি তথা আৰু অধিক মানুহৰ ওচৰত অসমৰ পৰ্যটন ক্ষেত্ৰক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ অসমৰ কলা-সংস্কৃতি, বৈচিত্ৰতা দাঙি ধৰি দেশৰ বিভিন্ন ঠাইত আয়োজন কৰিছে এই ৰ'ড শ্ব' ৷

শেহতীয়াকৈ এই পদক্ষেপৰ অংশ ৰূপে ৰ'ড শ্ব' আয়োজন কৰা হৈছে হায়দৰাবাদৰ জুবলীহিল্চত ৷ ৰ'ড শ্ব'ৰ কাৰ্যসূচী হিচাপে অসমৰ প্ৰসিদ্ধ তীৰ্থস্থান, উদ্যান, নদ-নদী, নিজৰা সম্বন্ধে সম্যক আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ প্ৰাচীন স্মাৰক, চাহ বাগান, বহ্মপুত্ৰ নদী, সেউজীয়া ধৰণীৰ সুন্দৰ ঠাইসমূহৰ সৌন্দৰ্যৰ আভাস দিয়াৰ চেষ্টা কৰিছে ৰ'ড শ্ব'টোৰ জৰিয়তে ৷

হায়দৰাবাদত অসম পৰ্যটন বিভাগৰ ৰ'ড শ্ব'

কেৱল সেয়াই নহয় এই ৰ'ড শ্ব'টোৰ জৰিয়তে অসমৰ প্ৰসিদ্ধ কলা-কুশলীৰ দ্বাৰা অসমৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ এক বিশেষ প্ৰয়াস কৰা হৈছে ৷

লগতে পঢ়কঃআমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি

Intro:Body:

AssAM TOURIST DEPARTMENT ROAD SHOWS TO ATTRACT TOURISTS

Assam... Tourists paradise.... Assam tourism department is conducting Tourism Road Shows all over the country to attract more visitors. As part of this, an event was hosted at Jubileehills in Hyderabad. in this event they have given information on Famous shrines, parks, natural springs and rivers in Assam. they even said that... The ancient monuments, tea gardens, the Brahmaputra River, the lush greenery and the splendid beauty of the place make tourists mesmerized. Tourists are urged to enjoy the scenic beauty of the place. at the Tourism Roadshow event in hyderabad  the cultural activities of Assam have been attracted the audience.

As part of the Tourism Roadshow, the Business to Business event was organized with about 25 travel agencies from Assam and Announced special packages for  both national and foreign tourists. Tourist officials in Assam said that they are expecting  more tourists this year. Officials explained that all arrangements are being made for the tourists without any difficulties.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.