ETV Bharat / bharat

আমেথিত দুৰ্বৃত্তৰ গুলীত নিহত প্ৰাক্তন গাঁওবুঢ়া - বৰ'লিয়া গাঁৱৰ প্ৰক্তন গাঁওবুঢ়া

জানিব পৰা মতে নৱ-নিৰ্বাচিত সাংসদ স্মৃতি ইৰাণীৰ অতি ঘনিষ্ঠ আছিল নিহত সুৰেন্দ্ৰ প্ৰতাপ সিং ৷

আমেথিত দুৰ্বৃত্তৰ গুলিত নিহত প্ৰাক্তন গাঁওবুঢ়া
author img

By

Published : May 26, 2019, 10:00 AM IST

নিউজ ডেস্ক, 26 মেঃ শনিবাৰে নিশা আমেথি জিলাত দুৰ্বৃত্তৰ গুলীত নিহত বৰ'লিয়া গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া সুৰেন্দ্ৰ প্ৰতাপ সিং ৷ জানিব পৰা মতে, নৱ-নিৰ্বাচিত সাংসদ স্মৃতি ইৰাণীৰ অতি ঘনিষ্ঠ আছিল নিহত সুৰেন্দ্ৰ প্ৰতাপ সিং ৷

উল্লেখ্য যে, নিহত সুৰেন্দ্ৰ প্ৰতাপ সিঙৰ গাঁওখন বিজেপি নেতা মনোহৰ পাৰিকৰৰ তোলনীয়া গাঁও ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

Intro:Body:

আমেথিত দুৰ্বৃত্তৰ গুলিত নিহত প্ৰাক্তন গাঁওবুঢ়া 

নিউজ ডেস্ক, 26 মেঃ  শনিবাৰে নিশা আমেথি জিলাত দুৰ্বৃত্তৰ গুলিত নিহত বৰ'লিয়া গাঁৱৰ প্ৰক্তন গাঁওবুঢ়া সুৰেন্দ্ৰ প্ৰতাপ সিং ৷  জানিব পৰা মতে নৱ-নিৰ্বাচিত সাংসদ স্মৃতি ইৰাণীৰ অতি ঘনিষ্ঠ আছিল সুৰেন্দ্ৰ প্ৰতাপ সিং ৷ 

উল্লেখ্য যে নিহত সুৰেন্দ্ৰ প্ৰতাপ সিঙৰ গাঁওখন বিজেপি নেতা মনোহৰ পাৰিকৰৰ তুলণীয় গাঁও ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.