নিউজ ডেস্ক, 18 মে' : যদিহে আপুনি অন্ধ্ৰপ্ৰদেশ অথবা তেলেংগানাত থাকে, তেন্তে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ আপুনি সদায়ে বিচাৰে এগিলাচ বাটাৰ মিল্ক' খাই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৷ দিনটোত এগিলাচ বাটাৰ মিল্ক' নোখোৱাকৈ আপুনি হয়তো অতিবাহিত কৰিব নোৱাৰে এটা দিনো ৷ অত্যাধিক গৰমৰ এই সময়চোৱাত পথচাৰীক গৰমৰ পৰা কিছু সকাহ দিবলৈ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী সমাজকৰ্মীয়ে হাতত লৈছে এক মহান পদক্ষেপ ৷ পথচাৰীৰৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছে বাটাৰ মিল্ক' ৷ এনদৰেই বিগত 15 টা বছৰে গৰমকালি ৰাইজৰ মাজত বাটাৰ মিল্ক' বিতৰণ কৰি আহিছে সত্যনাৰায়ণ নামৰ অন্ধ্ৰপ্ৰদেশৰ সমাজকৰ্মীগৰাকীয়ে ৷
উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ পথচাৰীক বিনামূলীয়া বাটাৰ মিল্ক' বিতৰণ... - সত্যনাৰায়ণ
গৰমৰ পৰা পথচাৰীক সকাহ দিবলৈ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী সমাজকৰ্মীৰ এক মহান পদক্ষেপ ৷ ব্যক্তিগৰাকীয়ে বিগত 15 টা বছৰে বিনামূলীয়াকৈ বিতৰণ কৰিছে বাটাৰ মিল্ক'