ETV Bharat / bharat

নেপাল, ভূটান সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ নিৰীক্ষণ অমিত শ্বাহৰ

নেপাল আৰু ভূটান সীমান্তৰ সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ সৈন্য মোতায়েন,বিভিন্ন অভিযানত সফলতা আৰু বিভিন্ন দিশ সম্পৰ্কে শ্বাহক অৱগত কৰোৱা হয় ৷

author img

By

Published : Jan 1, 2020, 2:50 PM IST

গৃহমন্ত্ৰী
নেপাল, ভূটান সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ নিৰীক্ষণ অমিত শ্বাহৰ

নেশ্যনেল ডেস্ক,1 জানুৱাৰী: মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে সশস্ত্ৰ সীমা বলৰ (SSB) মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নেপাল আৰু ভূটান সীমান্তৰ সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰে ৷ গৃহ মন্ত্ৰণালয়ৰ চৰকাৰী তথ্য অনুসৰি,সশস্ত্ৰ সীমা বলৰ মহানিৰ্দেশক কুমাৰ ৰাজেশ চন্দ্ৰই শ্বাহৰ আগত এই কথা প্ৰকাশ কৰে ৷ কুমাৰ ৰাজেশ চন্দ্ৰই কয়,"তেওঁক সংগঠনৰ সংৰচনা সম্পৰ্কত অৱগত কৰোৱাৰ লগতে সৈন্য মোতায়েন,বিভিন্ন অভিযানত সফলতা আৰু বিভিন্ন দিশ সম্পৰ্কেও তথ্য প্ৰদান কৰা হয় ৷"

অমিত শ্বাহৰ সৈতে এই ভ্ৰমণত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা আৰু গৃহ মন্ত্ৰণালয়ৰ বহুকেইজন উচ্চপদস্থ বিষয়া ৷ আৰ কে পুৰামস্থিত এই কাৰ্যালয়ত অমিত শ্বাহক সশস্ত্ৰ সীমা বলে উষ্ম আদৰণি প্ৰদান কৰে ৷ 2019 বৰ্ষলৈকে এই বিভাগত 73 টা বেটেলিয়ানত 94,261 জন সৈন্যই সেৱা আগবঢ়াই আছে ৷

উল্লেখ্য যে,1963 চনৰ মে' মাহত সশস্ত্ৰ সীমা বলৰ প্ৰতিষ্ঠা কৰা হৈছিল ৷ 2001 চনত এই বিভাগটো গৃহ মন্ত্ৰণালয়ৰ অধীনলৈ আহে আৰু বিভাগটোক নেপাল আৰু ভূটান সীমান্তৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰা হয় ৷

আৰু পঢ়ক : এক জানুৱাৰীৰ দিনাই আছুৰ প্ৰতিবাদ ডিব্ৰুগড়ৰ টিংখাঙত

Intro:New Delhi: Union Home Minister Amit Shah on Tuesday visited Sashastra Seems Bal (SSB) headquarters on Tuesday and reviewed its operational preparedness along the Nepal and Bhutan borders.Body:According to Ministry of Home Affairs officials, Union Home Minister reviewed the functioning of the SSB through a presentation given by the Director General of the Force, Kumar Rajesh Chandra. "He was apprised of the organizational structure of SSB, its deployment, operational achievements and various facets as well as the concerns."

Amit Shah was accompanied by Union Home Secretary Ajay Bhalla and other senior offials of the home ministry.

During his first visit to the to the RK Puram-based headquarters of the SSB after becoming home minister, Shah received the ceremonial welcome with Guard of Honour, officials said.
Conclusion:
As of 2019, it has 94,261 active personnel in 73 battalions and a strength of 98,965 is sanctioned.
The Sashastra Seema Bal was established as Special Service Bureau in May 1963, in the aftermath of the Chinese aggression (in 1962). It came under aegis of the Ministry of Home Affairs in Jan 2001 and assigned the duties of manning the Nepal and Bhutan border.

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.