ETV Bharat / bharat

বায়ুসেনাৰ 51 স্কোৱাড্ৰনলৈ বায়ুসেনা প্ৰধানৰ ইউনিট চাইটেশ্বন কাৰ্ড - 601 চিগনেল ইউনিটৰ স্কোৱাড্ৰন লিডাৰ মিন্টী আগৰৱাল

পুলৱামা আক্ৰমণৰ পিচতে পাকিস্তান অধ্যুষিত কাশ্মীৰত আক্ৰমণ সংঘটিত কৰি চৰ্চালৈ আহিছিল বায়ুসেনাৰ 51 স্কোৱাড্ৰন ৷ অসাধাৰণ বীৰত্বৰ বাবে স্কোৱাড্ৰনে লাভ কৰিছে বায়ুসেনা প্ৰধানৰ ইউনিট চাইটেশ্বন কাৰ্ড ৷ অহা 8 অক্টোবৰত বায়ুসেনা দিৱসৰ দিনা বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই উত্তৰ প্ৰদেশৰ হিন্দন এয়াৰ বেছত স্কোৱাড্ৰনক প্ৰদান কৰিব বিশেষ বঁটাটো ৷

বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়া
author img

By

Published : Oct 6, 2019, 9:40 PM IST

নিউজ ডেস্ক, 6 অক্টোবৰঃ বালাকোট বায়ু আক্ৰমণৰ ঘটনাৰ পিচতে চৰ্চালৈ অহা বায়ুসেনাৰ 51 স্কোৱাড্ৰনে লাভ কৰিছে বিশেষ বঁটা ৷ অভিনন্দন বৰ্থমান কৰ্মৰত 51 স্কোৱাড্ৰন ওৰফে মিৰাজ স্কোৱাড্ৰনে লাভ কৰিছে বায়ুসেনা প্ৰধানৰ ইউনিট চাইটেশ্বন কাৰ্ড ৷

অহা 8 অক্টোবৰত ভাৰতীয় বায়ুসেনাই উদযাপন কৰিব 87 সংখ্যক বায়ুসেনা দিৱস ৷ সিদিনাখনেই বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই 51 স্কোৱাড্ৰনক প্ৰদান কৰিব এই বঁটা ৷ হিন্দন এয়াৰ বেছত অনুষ্ঠিত হ'বলগীয়া বায়ুসেনা দিৱসত স্কোৱাড্ৰনৰ কামাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন সতীশ পাৱাৰে গ্ৰহণ কৰিব বঁটাটো ৷

  • #AFDay19 : As the Indian Air Force prepares to celebrate the 87th anniversary of its birth, the Air-warriors of IAF are getting ready for the ceremonial parade as part of celebrations at Air Force Station Hindan.
    Come & witness the grand Parade.

    Two days to GO!!! pic.twitter.com/9FnysPbbw7

    — Indian Air Force (@IAF_MCC) October 6, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

অধিক পঢ়কঃ দশেৰা উপলক্ষে ফ্ৰান্সত "শস্ত্ৰ পূজা" আগবঢ়াব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

বায়ুসেনা দিৱসত বালাকোট আক্ৰমণৰ সময়ত বিশেষ ভূমিকা পালন কৰা বায়ুসেনাৰ 601 চিগনেল ইউনিটৰ স্কোৱাড্ৰন লিডাৰ মিন্টী আগৰৱালে গ্ৰহণ কৰিব বিশেষ বঁটা ৷ ইয়াৰ উপৰিও বায়ুসেনাৰ 9 স্কোৱাড্ৰনে লাভ কৰা বিশেষ বঁটাও উক্ত দিনাই প্ৰদান কৰিব বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই ৷

Intro:Body:

বায়ুসেনাৰ 51 স্কোৱাড্ৰনলৈ বায়ুসেনা প্ৰধানৰ ইউনিট চাইটেশ্বন কাৰ্ড 

পুলৱামা আক্ৰমণৰ পিচতে পাকিস্তান অধ্যুষিত কাশ্মীৰত আক্ৰমণ সংঘটিত কৰি চৰ্চালৈ আহিছিল বায়ুসেনাৰ 51 স্কোৱাড্ৰন ৷ অসাধাৰণ বীৰত্বৰ বাবে স্কোৱাড্ৰনে লাভ কৰিছে বায়ুসেনা প্ৰধানৰ ইউনিট চাইটেশ্বন কাৰ্ড ৷ অহা 8 অক্টোবৰত বায়ুসেনা দিৱসৰ দিনা বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই উত্তৰ প্ৰদেশৰ হিন্দন এয়াৰ বেছত স্কোৱাড্ৰনক প্ৰদান কৰিব বিশেষ বঁটাটো ৷ 

নিউজ ডেস্ক, 6 অক্টোবৰঃ বালাকোট বায়ু আক্ৰমণৰ ঘটনাৰ পিচতে চৰ্চালৈ অহা বায়ুসেনাৰ 51 স্কোৱাড্ৰনে লাভ কৰিছে বিশেষ বঁটা ৷ অভিনন্দন বৰ্থমান কৰ্মৰত 51 স্কোৱাড্ৰন ওৰফে মিৰাজ স্কোৱাড্ৰনে লাভ কৰিছে বায়ুসেনা প্ৰধানৰ ইউনিট চাইটেশ্বন কাৰ্ড ৷ 

অহা 8 অক্টোবৰত ভাৰতীয় বায়ুসেনাই উদযাপন কৰিব 87 সংখ্যক বায়ুসেনা দিৱস ৷ সিদিনাখনেই বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই 51 স্কোৱাড্ৰনক প্ৰদান কৰিব এই বঁটা ৷ হিন্দন এয়াৰ বেছত অনুষ্ঠিত হ'বলগীয়া বায়ুসেনা দিৱসত স্কোৱাড্ৰনৰ কামাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন সতীশ পাৱাৰে গ্ৰহণ কৰিব বঁটাটো ৷  

বায়ুসেনা দিৱসত বালাকোট আক্ৰমণৰ সময়ত বিশেষ ভূমিকা পালন কৰা বায়ুসেনাৰ 601 চিগনেল ইউনিটৰ স্কোৱাড্ৰন লিডাৰ মিন্টী আগৰৱালে গ্ৰহণ কৰিব বিশেষ বঁটা ৷ ইয়াৰ উপৰিও বায়ুসেনাৰ 9 স্কোৱাড্ৰনে লাভ কৰা বিশেষ বঁটাও উক্ত দিনাই প্ৰদান কৰিব বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.