ETV Bharat / bharat

যোগ্য প্ৰাৰ্থীৰ অভাৱ ? হাৰিয়ানাত 41,781 টা ন'টা ভোট

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ 0.68 শতাংশ ন'টাত ভোট দান কৰে ভোটাৰে ৷ ৰাজ্যখনৰ আম্বালাত সৰ্বাধিক 7,943 টা আৰু ভীৱানী মহেন্দ্ৰগড়ত 2,041 টা ভোট ন'টাত ৷

NOTA
author img

By

Published : May 24, 2019, 6:23 PM IST

চণ্ডিগড়, 24 মে' : লোকসভা নিৰ্বাচনত কেৱল হাৰিয়ানাতে 41 হাজাৰতকৈ অধিক ভোট ন'টাত ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ 0.68 শতাংশ ন'টাত ভোট দান কৰে ভোটাৰে ৷ ৰাজ্যখনৰ আম্বালাত সৰ্বাধিক 7,943 টা আৰু ভীৱানী মহেন্দ্ৰগড়ত সৰ্বনিম্ন 2,041 টা ভোট ন'টাত দিয়ে ভোটাৰে ৷

লগতে পঢ়ক :চুৰাটত ভয়ংকৰ অগ্নিকাণ্ড

উল্লেখযোগ্য যে , ৰাজ্যখনৰ আটাইকেইখন আসনতে জয়লাভ কৰিছে বিজেপিয়ে ৷

320-214-3371706-486-3371706-1558691029217.jpg

41,781 voters opted for NOTA in Haryana, maximum 7,943 in Ambala

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.