ETV Bharat / bharat

লাডাখত ৪.৫ ৰিখটাৰ স্কেলত ভূমিকম্প

author img

By

Published : Jun 27, 2020, 11:51 AM IST

শুকুৰবাৰে সন্ধিয়া লাডাখত অনুভূত হয় ৪.৫ ৰিখটাৰ স্কেলৰ প্ৰাব্যলৰ ভূমিকম্প । জম্মু আৰু কাশ্মীৰৰ কাশ্মীৰ ঘাটি আৰু কিস্তৱাৰ আৰু ডোডা জিলাৰ অধিকাংশ অঞ্চলতে ভূমিকম্পৰ জোকাৰি যায় বুলি সদৰি কৰে স্থানীয় বতৰ বিজ্ঞান বিভাগে ।

লাডাখ
লাডাখত ৪.৫ ৰিখটাৰ স্কেলত ভূমিকম্প

নিউজ ডেস্ক, ২৭ জুনঃ জম্মু-কাশ্মীৰৰ লাডাখত ভূমিকম্প । শুকুৰবাৰে সন্ধিয়া ৪.৫ ৰিখটাৰ স্কেল প্ৰাব্যলত অনুভূত হয় এই ভূমিকম্পৰ । National Centre for Seismology (NCS)অনুসৰি,শুকুৰবাৰে সন্ধিয়া ৮,১৫ বজাত লাডাখৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দুৰত্বত অনুভূত হয় এই ভূমিকম্পৰ ।

লাডাখ
লাডাখত ৪.৫ ৰিখটাৰ স্কেলত ভূমিকম্প

আনহাতে,বতৰ বিজ্ঞান বিভাগে জম্মু আৰু কাশ্মীৰৰ কাশ্মীৰ ঘাটি আৰু কিস্তৱাৰ আৰু ডোডা জিলাৰ অধিকাংশ অঞ্চলতে ভূমিকম্পই জোকাৰি যায় বুলি সদৰি কৰে । তাৰোপৰি ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো লোক আহত হোৱাৰ খবৰ লাভ কৰা নাই বুলিও সদৰি কৰে প্ৰশাসনে ।

লগতে চাওকঃ ৪৫ শতাংশলৈ আভ্যন্তৰীণ বিমান যাত্ৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.