ETV Bharat / bharat

উত্তৰাখণ্ডত ডাৱৰ বিষ্ফোৰণত 3 জনৰ মৃত্যু

author img

By

Published : Jul 20, 2020, 10:22 AM IST

Updated : Jul 20, 2020, 12:08 PM IST

উত্তৰাখণ্ডৰ মাকোট অঞ্চলত সংঘটিত ডাৱৰ বিষ্ফোৰণত নিৰুদ্দেশ হৈছে 8 জন ব্যক্তি ৷ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে ৷

UTTARAKHAND CLOUD BRUST
উত্তৰাখণ্ডত হিম বিষ্ফোৰণত 3 জনৰ মৃত্যু

নিউজ ডেস্ক , 20 জুলাইঃ সোমবাৰে উত্তৰাখণ্ডত হোৱা এক ডাৱৰ বিষ্ফোৰণৰ ঘটনাত মৃত্য হয় 3 জন লোকৰ ৷ ৰাজ্যখনৰ মাকোট নামৰ অঞ্চলটোত সংঘটিত ঘটনাটোৰ পাছত বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে 8 জন ব্যক্তি ৷ ইতিমধ্য উদ্ধাৰকাৰী এটা দল অঞ্চলটোত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ এই তথ্য প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ জিলা দণ্ডাধীশ ভি কে যোগদাণ্ডেই ৷

লগতে পঢ়কঃ গুৱাহাটীত পেট্ৰ'ল ভৰাবলৈ আহি আকস্মিক মৃত্যু এজনৰ

Last Updated : Jul 20, 2020, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.