ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ লক্ষ্যত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ব্যৱস্থা কৰা হৈছে অতিৰিক্ত সুৰক্ষাৰ

author img

By

Published : Mar 2, 2019, 5:53 PM IST

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বৃদ্ধি অতিৰিক্ত সুৰক্ষা

নিউজ ডেস্ক, ২ মাৰ্চঃ ভাৰত পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে চোৰাংচোৱা বাহিনীয়ে জাৰী কৰিছে বিশেষ অধিসূচনা । দেশৰ বহুসংখ্যক স্থানৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বহুকেইটা স্থানত হাই এলাৰ্ট জাৰী কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীয়ে ।

চোৰাংচোৱা বাহিনীয়ে লাভ কৰা তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ লক্ষ্য হ'ব পাৰে ৰাজধানী অঞ্চলৰ বহুকেইটা স্থান । ইতিমধ্যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নতুন দিল্লীত বৃদ্ধি কৰা হৈছে অতিৰিক্ত সুৰক্ষা । দিল্লী আৰক্ষীৰ লগতে কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীৰ হাতত আহি পৰা তথ্য অনুসৰি সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে নতুন দিল্লীত আক্ৰমণ সংঘটিত কৰিবলৈ যোজা চলাই আছে । ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সন্ত্ৰাসবাদী সংগঠনটোৰ ওপৰত সংঘটিত হোৱা আক্ৰমণ প্ৰতিৰোধ ল'বলৈ এইদৰে ভয়ংকৰ আত্মঘাতী আক্ৰমণ সংঘটিত কৰিবলৈ যোজনা চলাই আছে ।

চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন স্থানত হাই এলাৰ্ট ঘোষণা কৰা হৈছে । ইয়াৰ ভিতৰত নেশ্বনেল ডিফেন্স কলেজ, প্ৰতিৰক্ষা মুখ্যালয়, ইজৰাইল, সংযুক্ত গণৰাজ্য আৰু সংযুক্ত যুক্তৰাষ্ট্ৰৰ বৈদেশিক কাৰ্যালয়, ইণ্ডিয়া গেট, ৰাষ্ট্ৰপতি ভৱন, দিল্লী ৰেলৱে ষ্টেচন, দিল্লী বিশ্ববিদ্যালয়, এইমছ, অক্সৰধাম, লালকিল্লা, সংসদ ভৱন, বৈদেশিক মন্ত্ৰণালয়ৰ কাৰ্যালয়, ইণ্ডিয়া ইন্টাৰনেশ্বনেল ট্ৰেড ফেয়াৰ, পাহাৰগঞ্জ, দিল্লী উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়, কুটুম মিনাৰ আদি অঞ্চলসমূহ অন্যতম । আনহাতে ভিভিআইপি অঞ্চলৰ ওপৰতো হ'ব পাৰে সম্ভাব্য এৰিয়েল আক্ৰমণ, চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা ।

অৱশ্যে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সুৰক্ষা ব্যৱস্থা যদিও অতিৰিক্তভাৱে বঢ়াই দিয়া হৈছে তথাপিও এতিয়াও বহুসংখ্যক ঠাইত সুৰক্ষা ঘেৰা কিছু লেহেমীয়া হৈয়ে আছে । এইসমূহ স্থানৰ ভিতৰত মেট্ৰ' ষ্টেচন, চিনেমা হ'ল, চিকিসালয় আদি আছে । আনহাতে চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াসকলো সন্ত্ৰাসবাদীৰ লক্ষ্যত আছে ।

undefined

29 critical places in New Delhi on terror hit list: Intel

Delhi in High Alert, Possible Terror Attack, Intelligence Agency, চোৰাংচোৱা বাহিনী, হাই এলাৰ্ট,ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ ২৯ টা স্থান সন্ত্ৰাসবাদীৰ লক্ষ্যতঃ চোৰাংচোৱা বাহিনী

নিউজ ডেস্ক, ২ মাৰ্চঃ ভাৰত পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে চোৰাংচোৱা বাহিনীয়ে জাৰী কৰিছে বিশেষ অধিসূচনা । দেশৰ বহুসংখ্যক স্থানৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বহুকেইটা স্থানত হাই এলাৰ্ট জাৰী কৰিছে কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীয়ে ।

চোৰাংচোৱা বাহিনীয়ে লাভ কৰা তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদীৰ লক্ষ্য হ'ব পাৰে ৰাজধানী অঞ্চলৰ বহুকেইটা স্থান । ইতিমধ্যে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নতুন দিল্লীত বৃদ্ধি কৰা হৈছে অতিৰিক্ত সুৰক্ষা । দিল্লী আৰক্ষীৰ লগতে কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীৰ হাতত আহি পৰা তথ্য অনুসৰি সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদে নতুন দিল্লীত আক্ৰমণ সংঘটিত কৰিবলৈ যোজা চলাই আছে । ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সন্ত্ৰাসবাদী সংগঠনটোৰ ওপৰত সংঘটিত হোৱা আক্ৰমণ প্ৰতিৰোধ ল'বলৈ এইদৰে ভয়ংকৰ আত্মঘাতী আক্ৰমণ সংঘটিত কৰিবলৈ যোজনা চলাই আছে ।

চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন স্থানত হাই এলাৰ্ট ঘোষণা কৰা হৈছে । ইয়াৰ ভিতৰত নেশ্বনেল ডিফেন্স কলেজ, প্ৰতিৰক্ষা মুখ্যালয়, ইজৰাইল, সংযুক্ত গণৰাজ্য আৰু সংযুক্ত যুক্তৰাষ্ট্ৰৰ বৈদেশিক কাৰ্যালয়, ইণ্ডিয়া গেট, ৰাষ্ট্ৰপতি ভৱন, দিল্লী ৰেলৱে ষ্টেচন, দিল্লী বিশ্ববিদ্যালয়, এইমছ, অক্সৰধাম, লালকিল্লা, সংসদ ভৱন, বৈদেশিক মন্ত্ৰণালয়ৰ কাৰ্যালয়, ইণ্ডিয়া ইন্টাৰনেশ্বনেল ট্ৰেড ফেয়াৰ, পাহাৰগঞ্জ, দিল্লী উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়, কুটুম মিনাৰ আদি অঞ্চলসমূহ অন্যতম । আনহাতে ভিভিআইপি অঞ্চলৰ ওপৰতো হ'ব পাৰে সম্ভাব্য এৰিয়েল আক্ৰমণ, চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা ।

অৱশ্যে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সুৰক্ষা ব্যৱস্থা যদিও অতিৰিক্তভাৱে বঢ়াই দিয়া হৈছে তথাপিও এতিয়াও বহুসংখ্যক ঠাইত সুৰক্ষা ঘেৰা কিছু লেহেমীয়া হৈয়ে আছে । এইসমূহ স্থানৰ ভিতৰত মেট্ৰ' ষ্টেচন, চিনেমা হ'ল, চিকিসালয় আদি আছে । আনহাতে চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াসকলো সন্ত্ৰাসবাদীৰ লক্ষ্যত আছে ।

Delhi on High Alert.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.