নেশ্যনেল ডেস্ক, 28 আগষ্টঃ হিমাচল প্ৰদেশত চামেৰা বান্ধৰ ওচৰৰ পথটো প্ৰবল বৰষুণৰ বাবে খহি পৰে ৷ ৰাষ্টাৰ দুয়োপাৰে ৰৈ থাকিব লগা হয় সৰু বৰ গাড়ীত অহা যাত্ৰীসকল ৷ এই ঘটনাৰ বাবে বাতিল কৰিব লগা হয় মণিমহেশ যাত্ৰা ৷ মণিমহেশ হ্ৰদ হিমাচল প্ৰদেশৰ এক প্ৰমুখ তীৰ্থ স্থান ৷ এই হ্ৰদ 13,000 ফুট উচ্চতাত অবস্থিত আৰু প্ৰতিবছৰ এই স্থানত এক মেলা অনুষ্ঠিত হয় ৷ বহু লোক সমবেত হয় এই হ্ৰদৰ পানীত গা ধুৱে ৷
হিমাচলত প্ৰবল বৃষ্টিপাত, আৱদ্ধ 28 খন বাছ
চামেৰা বান্ধৰ ওচৰৰ পথটো প্ৰবল বৰষুণৰ বাবে খহি পৰে ৷ ৰাষ্টাৰ দুয়োপাৰে ৰৈ থাকিব লগা হয় সৰু বৰ গাড়ীত অহা যাত্ৰীসকল ৷
হিমাচলত প্ৰবল বৃষ্টীত খহিল ৰাষ্টা, আবদ্ধ 28 খন বাছ
নেশ্যনেল ডেস্ক, 28 আগষ্টঃ হিমাচল প্ৰদেশত চামেৰা বান্ধৰ ওচৰৰ পথটো প্ৰবল বৰষুণৰ বাবে খহি পৰে ৷ ৰাষ্টাৰ দুয়োপাৰে ৰৈ থাকিব লগা হয় সৰু বৰ গাড়ীত অহা যাত্ৰীসকল ৷ এই ঘটনাৰ বাবে বাতিল কৰিব লগা হয় মণিমহেশ যাত্ৰা ৷ মণিমহেশ হ্ৰদ হিমাচল প্ৰদেশৰ এক প্ৰমুখ তীৰ্থ স্থান ৷ এই হ্ৰদ 13,000 ফুট উচ্চতাত অবস্থিত আৰু প্ৰতিবছৰ এই স্থানত এক মেলা অনুষ্ঠিত হয় ৷ বহু লোক সমবেত হয় এই হ্ৰদৰ পানীত গা ধুৱে ৷
24 BUSES GET STRUCK AS ROAD GETS WASHED AWAY IN HIMACHAL
হিমাচলত প্ৰবল বৃষ্টীত খহিল ৰাষ্টা, আবদ্ধ 28 খন বাছ
নেশ্যনেল ডেস্ক, 28 আগষ্টঃ হিমাচল প্ৰদেশত চামেৰা বান্ধৰ ওচৰৰ পথটো প্ৰবল বৰষুণৰ বাবে খহি পৰিল ৷ ৰাষ্টাৰ দুয়োপাৰে ৰৈ থাকিব লগা হয় সৰু বৰ গাড়ীত অহা যাত্ৰীসকল ৷ এই ঘটনাৰ বাবে বাতিল কৰিব লগা হয় মণিমহেশ যাত্ৰা ৷ মণিমহেশ হ্ৰদ হিমাচল প্ৰদেশৰ এক প্ৰমূখ তীৰ্থ স্থান ৷ এই হ্ৰদ 13,000 ফুট উচ্চতাত অবস্থিত আৰু প্ৰতিবছৰ এই স্থানত এক মেলা অনুষ্ঠিত হয় ৷ বহু লোক সমবেত হয় এই হ্ৰদৰ পানীত গা ধুৱে ৷
উল্লেখযোগ্য যে, এই বছৰ বিমাচল প্ৰদেশত অত্যাধীক মাত্ৰাত বৰষুণ হোৱাৰ বাবে বহু লোক ক্ষতিগ্ৰস্থ হৈছে ৷