ETV Bharat / bharat

DRDO-ই দিল্লীত COVID চিকিৎসাৰ বাবে অস্থায়ী চিকিৎসালয় - ডঃ সতীশ ৰেড্ডী

চৰ্দাৰ বল্লবভাই পেটেল COVID হাস্পতালত COVID ৰ বিৰুদ্ধে যুঁজিবলৈ সুৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই 1000 খন বিছনাৰ সুবিধা কৰি দিয়ে ।

DRDO অধ্যক্ষ
DRDO অধ্যক্ষ
author img

By

Published : Jul 9, 2020, 1:13 AM IST

নিউজ ডেস্ক, 8 জুলাইঃ দিল্লীত বৃদ্ধি পোৱা COVID আক্ৰান্তৰ সংখ্যাৰ বাবে হ্ৰাস পাইছিল চিকিৎসালয়ত বিছনাৰ সংখ্যা । সেয়ে সুৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই 1000 খন বিছনাৰ সুবিধা কৰি দিয়ে । চৰ্দাৰ বল্লবভাই পেটেল COVID হাস্পতালত মুকলি কৰে বিছনা কেইখন ।

COVID ৰ বিৰুদ্ধে যুঁজিবলৈ 1 হাজাৰখন বিছনাৰ সুবিধা মুকলি

উল্লেখ্য যে, DRDO-ই দিল্লীত COVID চিকিৎসাৰ বাবে অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰিছে । য'ত 250 খন ICU বিছনা সহিতে মুঠ 1000 খন বিছনা থাকিব।

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে DRDO ৰ অধ্যক্ষ ডঃ সতীশ ৰেড্ডীয়ে ।

লগতে পঢ়ক : ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.