ETV Bharat / bharat

নৃত্যৰত অৱস্থাত মঞ্চতে মৃত্যু নৃত্যশিল্পীৰ - মঞ্চতে মৃত্যু নৃত্যশিল্পীৰ

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দেখা গৈছে এক মৰ্মান্তিক দৃশ্য ৷ নৃত্যৰত অৱস্থাত মঞ্চতে মৃত্যুক আঁকোৱালি ল’লে এগৰাকী শিল্পীয়ে (Artist died on stage during performance) ৷

Artist died on stage during performance
Artist died on stage during performance
author img

By

Published : Sep 8, 2022, 5:44 PM IST

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: নৃত্য পৰিবেশনৰ সময়ত মঞ্চতে মৃত্যু হ’ল এগৰাকী শিল্পীৰ (Artist died in live performance)। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দেখা গৈছে এই মৰ্মান্তিক দৃশ্য ৷ নীলা-গুলপীয়া ৰঙৰ সাজ-পোছাক পৰিহিত এগৰাকী শিল্পীয়ে মঞ্চত নৃত্য-অভিনয়ৰ মাজতে ঢলি পৰে । এবাৰ তেনে অৱস্থাৰ পৰা উঠিবলৈ চেষ্টা কৰে যদিও বিফল হয় শিল্পীগৰাকী (Dance artist died on stage)৷

নৃত্যৰত অৱস্থাত মঞ্চতে মৃত্যু নৃত্যশিল্পীৰ

ইফালে, আশে-পাশে থকা বেছিভাগ মানুহে প্ৰথমে একো বুজিব পৰা নাছিল ৷ শিল্পীগৰাকীৰ হাৰ্ট এটেক হোৱা বুলি উপলব্ধি কৰিবলৈ তেওঁলোকক বহু দেৰি লাগিছিল । তেওঁলোকে সকলোৱে প্ৰথমতে ভাবিছিল যে, পৰিবেশকজনে এতিয়াও নাচি আছে ৷ সেয়া কেৱল অভিনয়ৰ অংশহে । কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ সহঃশিল্পী তথা দৰ্শকে বুজিব পাৰে যে হৃৎক্ৰিয়া বন্ধ হৈ মঞ্চতে মৃত্যুক সাৱটি ল’লে শিল্পীগৰাকীয়ে (Artist died on stage during performance)৷

বুধবাৰে জম্মুৰ বিছনাহ অঞ্চলত অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাতে মঞ্চতে ঢলি পৰি মৃত্যু হয় যুৱ শিল্পীজনৰ । জম্মু জিলাৰ বিছনাহ এলেকাত গণেশোৎসৱৰ কাৰ্যসূচীত সংঘটিত হৈছে এই ঘটনা ৷

লগতে পঢ়ক: হুছেইন সাগৰক বিনায়ক সাগৰ কৰাৰ ইচ্ছা বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.