ETV Bharat / bharat

Hare care tips: সঘনাই চুলি সৰা সমস্যাক লৈ চিন্তিত নেকি ? তেন্তে ব্যৱহাৰ কৰক এই হেয়াৰ পেক

author img

By

Published : Apr 8, 2023, 6:03 PM IST

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো Orange Hair Pack । কমলাৰ হেয়াৰ পেক প্ৰয়োগ কৰিলে আপোনাৰ মূৰৰ ছালত তেজৰ চলাচল ভাল হয়, যিয়ে আপোনাৰ চুলিক শক্তিশালী, ডাঠ আৰু চিকচিকিয়া কৰাত সহায় কৰে, গতিকে কমলাৰ হেয়াৰ পেক কেনেকৈ তৈয়াৰ কৰিব পাৰি জানো আহক-

Are you troubled by the frequent hair fall? So orange will make its permanent solution
সঘনাই চুলি সৰা সমস্যাই আমনি কৰিছে নেকি ? তেন্তে এই হেয়াৰ পেকে দূৰ কৰিব আপোনাৰ সমস্যা

কমলা এবিধ ৰসাল ফল য'ত ভিটামিন C আৰু বহুতো এন্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে । সেইবাবেই ই আপোনাৰ স্বাস্থ্যৰ লগতে চুলিকো পুষ্টি প্ৰদান কৰে । কমলা ব্যৱহাৰ কৰি চুলি সৰাৰ পৰা মুক্তি পাব পাৰি (Orange Hair Pack)। ইয়াৰ লগতে ই চুলিৰ বৃদ্ধিতো সহায় কৰে (orange peel for hair growth)।

সেয়ে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কমলা হেয়াৰ পেক (orange juice benefits for skin)। কমলা হেয়াৰ পেক প্ৰয়োগ কৰিলে আপোনাৰ মূৰৰ ছালত ৰক্ত সঞ্চালন উন্নত হয়, যিয়ে আপোনাৰ চুলিক শক্তিশালী, ডাঠ আৰু চিকচিকিয়া কৰাত সহায়ক বুলি প্ৰমাণিত হয় ৷ ভিটামিন-চি, ভিটামিন ই, এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কমলা আমাৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও অতি উপকাৰী বুলি বিবেচিত হৈছে । কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে কমলাৰ ব্যৱহাৰে চুলিৰ উপকাৰ সাধন কৰিব পাৰে ?

যদি নাজানে, তেন্তে আপোনাক জনাই দিও যে কমলাৰ হেয়াৰ মাস্ক তৈয়াৰ কৰি আপুনি চুলিৰ সমস্যা দূৰ কৰিব পাৰে । ইয়াৰ ফলত আপোনাৰ চুলিবোৰ মজবুত, চিকচিকিয়া, উফিমুক্ত আৰু সুস্থ হৈ উঠে (orange juice benefits for skin) । গতিকে চুলিৰ বিভিন্ন সমস্যা দূৰ কৰিবলৈ সক্ষম কমলাৰ ব্যৱহাৰৰ বিষয়ে জানো আহক...

কমলাৰ হেয়াৰ পেক বনাবলৈ প্ৰয়োজনীয় উপাদান- কমলা

কমলাৰ হেয়াৰ পেক কেনেকৈ তৈয়াৰ কৰিব ? (How To Make Orange Hair Pack)

  • কমলাৰ হেয়াৰ পেক বনাবলৈ প্ৰথমে কমলা এটা লওক ।
  • তাৰ পিছত বাকলি উলিয়াই মিক্সাৰ জাৰত থৈ দিব ।
  • ইয়াৰ পিছত মসৃণ হোৱালৈকে ভালদৰে পিহি লওক ।
  • এতিয়া আপোনাৰ কমলাৰ হেয়াৰ পেকটো সাজু হৈছে ।

কমলাৰ হেয়াৰ পেক কেনেকৈ লগাব? (How To Apply Orange Hair Pack)

  • কমলাৰ হেয়াৰ পেক চুলি আৰু মূৰৰ গুড়িত ভালদৰে লগাব লাগে (orange juice benefits for skin) ।
  • তাৰ পিছত প্ৰায় এঘণ্টামান চুলিত থৈ দিব ।
  • ইয়াৰ পিছত চুলিখিনি ভালদৰে ধুই পৰিষ্কাৰ কৰিব লাগে ।
  • ইচ্ছা কৰিলে কমলাৰ বাকলিৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে (orange juice benefits for skin) ।

লগতে পঢ়ক: Sugarcane Juice For Diabetes: ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খোৱাটো নিৰাপদ নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.