- গুজৰাটৰ চুৰাটত ভয়ংকৰ ঘটনা
- চুৰাটৰ পাণ্ডেচাৰা অঞ্চলৰ বামৰোলীত 14 মহলা অট্টালিকাৰ লিফ্ট মেৰামতি কৰোঁতে খহি পৰে
- এই ঘটনাত লিফ্টসহ বাগৰি অহা 2 গৰাকী লোকৰ মৃত্যু হয়
- আনকি 8 গৰাকী লোক আহত হয়
14 মহলা অট্টালিকাৰ লিফ্ট খহি দুজনৰ মৃত্যু, 8 জন আহত
গুজৰাটৰ চুৰাটত ভয়ংকৰ ঘটনা ৷ চুৰাটৰ পাণ্ডেচাৰা অঞ্চলৰ বামৰোলীত 14 মহলা অট্টালিকাৰ লিফ্ট মেৰামতি কৰোঁতে খহি পৰি 2 দুজন লোকৰ মৃত্যু, 8 জন আহত (2 people died and 4 people injured due to lift collapse) ৷
14 মহলা অট্টালিকাৰ লিফ্ট খহি দুজনৰ মৃত্যু
- গুজৰাটৰ চুৰাটত ভয়ংকৰ ঘটনা
- চুৰাটৰ পাণ্ডেচাৰা অঞ্চলৰ বামৰোলীত 14 মহলা অট্টালিকাৰ লিফ্ট মেৰামতি কৰোঁতে খহি পৰে
- এই ঘটনাত লিফ্টসহ বাগৰি অহা 2 গৰাকী লোকৰ মৃত্যু হয়
- আনকি 8 গৰাকী লোক আহত হয়