ETV Bharat / snippets

বানৰ মাজতে মাজুলীত বাঘৰ আতংক

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 3:45 PM IST

Tiger scare in Majuli
বানৰ মাজতে মাজুলীত বাঘৰ আতংক (ETV Bharat)

মাজুলী,২ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নদীদ্বীপ মাজুলীও বানৰ কৱলত পৰিছে । যাক লৈ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তাৰ মাজতে 'ভূতৰ ওপৰত দানহ' পৰা দি ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণে ৰাইজক শংকিত কৰি তুলিছে ।

মাজুলী থানাৰ অন্তৰ্গত টটয়া গাঁৱৰ ৰাইজে মঙলবাৰে পুৱাই এটা ঢেঁকীয়াপতীয়া প্ৰত্যক্ষ কৰে । পিচত ঢেঁকীয়াপতীয়াটো গাঁওখনৰ পৰা কিছু আঁতৰি যায় যদিও অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ৰাইজৰ অভিযোগৰ ভিত্তিত বন বিভাগৰ লোকসকল গাঁওখনত উপস্থিত হৈছে আৰু ঢেঁকীয়াপতীয়াটোক খেদি পঠিওৱাৰ চেষ্টা চলাইছে ।

লগতে পঢ়ক :চাৰিওফালে কেৱল পানী; কাজিৰঙাত জলমগ্ন ৯৫ টা বনশিবিৰ এলেকা - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.