ETV Bharat / snippets

ধুবুৰীত দ' খাৱৈত বাগৰিল তীব্ৰবেগী বাহন, কথমপি প্ৰাণৰক্ষা 4 জনৰ

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 8:44 AM IST

Terrible road accident
ভয়ংকৰ পথ দুৰ্ঘটনা (ETV BHARAT ASSAM)

ধুবুৰী, ১ জুলাই: ধুবুৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ' খাৱৈত বাগৰি পৰে । সোমবাৰে কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখে গৈ থকা AS 17 F 4852 নম্বৰৰ বাহনখন দুৰ্ঘটনাত পতিত হয় যদিও মৃত্য়ুমুখৰ পৰা কথমপি ৰক্ষা পৰিল এটা পৰিয়ালৰ চাৰিগৰাকী সদস্য ।

তীব্ৰবেগী বাহনখন ধুবুৰী চহৰলৈ যোৱাৰ পথত বিদ্যুতৰ খুটাত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো । বাহনখনত থকা লোককেইগৰাকী অসম-বংগ সীমান্তৰ বুলি চালকজনে উল্লেখ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.