ETV Bharat / snippets

24 ঘণ্টাৰ বাবে অসমৰ দুখন জিলাত ৰেড এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 6:49 PM IST

RED ALERT IN ASSAM
বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট (ETV Bharat Assam)

গুৱাহাটী, 1 জুলাই: 24 ঘণ্টাৰ বাবে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত ৰেড এলাৰ্ট ঘোষণা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷ সাগৰীয় ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত 5 দিনলৈ থাকিব বৰষুণ ৷

অৰেঞ্জ এলাৰ্ট ঘোষণা কৰা জিলাকেইখন বৰপেটা, নলবাৰী, বঙাইগাঁও, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া ৷ য়েল্ল’ এলাৰ্ট জাৰি কৰা জিলাকেইখন কামৰূপ(ম), কামৰূপ(গ্ৰাম্য), গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা, বাক্সা, তামুলপুৰ, দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও, হোজাই, গোলাঘাট, বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ ৷ এই সময়ছোৱাত ৰাজ্যত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব ৷

লগতে পঢ়ক: পৰৱৰ্তী পাঁচদিনলৈ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত অব্যাহত থাকিব বৃষ্টিপাত - ASSAM WEATHER FORECAST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.