ETV Bharat / snippets

আৰক্ষীৰ জালত পাঁচ ড্ৰাগছ সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 2:32 PM IST

Drugs smuggling in Assam
হৎ পৰিমাণৰ ড্ৰাগছ জব্দ (ETV Bharat Assam)

হাফলং, ৪ছেপ্টেম্বৰ: ডিমা হাছাও জিলাৰ লাংটিং থানাৰ সমীপত বুধবাৰ অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰৰ লগতে পাঁচটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ডিমা হাছাও আৰক্ষী সদৰী কৰা মতে, শিলচৰৰ পৰা গুৱাহাটীলৈ এখন নম্বৰ বিহীন বাহনত ড্ৰাগছ কঢ়িয়াই নিয়াৰ সময়তে চলাই লাংটিং থানাৰ সমীপত ১২টা চাবোনৰ বাকচত১২৮ গ্ৰাম হেৰ'ইন জব্দ কৰে ।

আৰক্ষীয়ে ৰকিবুল ইছলাম, ৰকিবুল ৰহমান, বাবু ইছলাম, মকচুদল ইছলাম আৰু নজিৰ হুছেনক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰী কেইটাৰ ঘৰ মানকাচাৰৰ কাজিপৰা পূবৰ গাঁৱত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.