ETV Bharat / snippets

গহপুৰত গেছ টেংকাৰ আৰু বলেৰ’ৰ মাজত সংৰ্ঘষ; নিহত 1

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 1:56 PM IST

man died in Gohpur Road Accident
গহপুৰত গেছ টেংকাৰ আৰু বলেৰ’ৰ মাজত সংৰ্ঘষ; নিহত 1 (ETV Bharat)

বিশ্বনাথ, 1 জুলাই : গহপুৰ বড়িগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । AS01JC 5781 নম্বৰৰ তীব্ৰবেগী গেছ টেংকাৰ আৰু AS13AC2675 নম্বৰৰ বলেৰ’ৰ মাজত হয় মুখামুখি সংৰ্ঘষ । এই মুখামুখি সংঘৰ্ষ ফলত হোৱা দুৰ্ঘটনাটো থিতাতে নিহত হয় বলেৰ’খনৰ চালকজন ।

ইফালে খবৰ লাভ কৰি ঘটনা স্থলীত গহপুৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ উল্লেখ্য যে, বলেৰ’ পিকআপখনে লখিমপুৰ দিশে শাক-পাচলি কঢ়িয়াই নি আছিল ৷ ইফালে গেছ টেংকাৰখন বিপৰীত দিশৰ পৰা আহি থকা সময়ত এই দুৰ্ঘটনাটো সংঘটি হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.