ETV Bharat / snippets

বৰপথাৰত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি 12 চকীয়া ট্ৰাক

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 12:28 PM IST

huge quantity of burmese supari seized in Golaghat
বৰপথাৰত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি 12 চকীয়া ট্ৰাক (ETV Bharat)

সৰুপথাৰ, 2 আগষ্ট : শুকুৰবাৰে গোলাঘাটৰ বৰপথাৰত জব্দ কৰা হয় বাৰ্মিজ চুপাৰি ভৰ্তি এখন 12 চকীয়া ট্ৰাক ৷ এক গোপন খবৰৰ তথ্যৰ আলমতে ধনশিৰি মহকুমা আৰক্ষী বিষয়া দ্বীপেন পাটৰে অভিযান চলায় জব্দ কৰে গাড়ীখন ৷ লগতে আৰক্ষীয়ে আটক কৰে 12 চকীয়া ট্ৰাকখনৰ চালকজনকো ৷ ধৃত চালকজনৰ নাম চৰণ সিং ৷

নাগালেণ্ডৰ পৰা দয়ালপুৰ, চাংখাটি, গেলাবিল হৈ সৰবৰাহ কৰিবলৈ লওঁতেই বৰপথাৰত আৰক্ষীৰ জালত পৰে চুপাৰি ভৰ্তি ট্ৰাকখন ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে PB12Y7367 ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.