ETV Bharat / snippets

কেইবা লাখ টকাৰ ড্ৰাগছসহ গোলাঘাট আৰক্ষীৰ জালত মহিলা সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 7:01 AM IST

Golaghat police detain drugs paddlers
কেইবা লাখ টকাৰ ড্ৰাগছসহ গোলাঘাট আৰক্ষীৰ জালত মহিলা সৰবৰাহকাৰী (ETV Bharat)

গোলাঘাট, 8 আগষ্ট : গোলাঘাটত কেইবা লাখ টকাৰ মাৰাত্মক ড্ৰাগছসহ আটক এগৰাকী মহিলা । গুৱাহাটীৰ পৰা ফৰকাটিং অভিমুখে গৈ থকা উজনিমুৱা জন শতাব্দী ট্ৰেইনৰ জৰিয়তে সৰবৰাহ কৰিবলৈ লওঁতেই ৰে’লৱে আৰক্ষীৰ সহযোগত গোলাঘাট আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীক ৷ ধৃত মহিলাগৰাকীৰ নাম বিনু দাস ৷

ধৃত বিনুক নিবলৈ তেওঁৰ স্বামী ৰমেশ বৰাই পূৰ্বৰ পৰা ষ্টেচনত বাইক লৈ ৰৈ আছিল । যাৰ বাবে আৰক্ষীয়ে ৰমেশ বৰাকো আটক কৰে । ধৃত দুয়োকে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.