ETV Bharat / snippets

ভুল স্বীকাৰ কৰি দেৰগাঁওবাসীৰ ওচৰত ক্ষমা বিচাৰিলে গৌৰৱে

gaurav somani pologises
গৌৰৱ সোমানী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 6:17 PM IST

গোলাঘাট, ২৩ আগষ্ট : অৱশেষত সামাজিক মাধ্যম ফেচবুক যোগে দেৰগাঁওবাসীৰ লগতে দল-সংগঠনসমূহৰ ওচৰত ক্ষমা খুজিলে গৌৰৱ সোমানীয়ে । যোৱা ২০ আগষ্টত শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা বাবে দেৰগাঁও চাৰিআলিত বিভিন্ন সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল গৌৰৱ সোমানীৰ বিৰুদ্ধে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৭২ ঘন্টাৰ ভিতৰত সামাজিক মাধ্যম, বৈদ্যুতিন আৰু ছপা মাধ্যমৰ জৰিয়তে অসমীয়াৰ ওচৰত ক্ষমা বিচাৰিবলৈ সময়সীমা বান্ধি দিছিল । আজি অৱশেষত ফেচবুকত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰে গৌৰৱ সোমানীয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.