ETV Bharat / snippets

3.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে মণিপুৰক

National Centre for Seismology
3.3 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে মণিপুৰক (ETV Bharat Assam)
author img

By ANI

Published : Jul 19, 2024, 11:49 AM IST

নেশ্যনেল ডেস্ক, 19 জুলাই: ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মণিপুৰৰ উখৰুলক জোকাৰি গ’ল এটা কম প্ৰাবল্যৰ ভূমিকম্পই । ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 3.3 ।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ 25.19 উত্তৰ অক্ষাংশ, 94.31 পূৱ দ্ৰাঘিমাংশত 30 কিলোমিটাৰ গভীৰতাত ।

এন চি এছে এক্সযোগে এই ভূমিকম্পটোৰ বিষয়ে অৱগত কৰে ৷ ভূমিকম্পটোৰ ফলত বাতৰি লিখাৰ পৰলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই । আনহাতে, এই ভূমিকম্পটোৰ ফলত ৰাজ্যখনত কোনো ক্ষয়-ক্ষতিৰ তথ্যও বাতৰি লিখাৰ সময়লৈকে পোৱা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.