ETV Bharat / snippets

দেশত কাৰ্যকৰী হোৱা ৩ অপৰাধমূলক আইন সন্দৰ্ভত তিনিচুকীয়াত সজাগতা সভা

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 5:22 PM IST

NEW CRIMINAL LAWS INDIA
৩ অপৰাধমূলক আইন সন্দৰ্ভত তিনিচুকীয়াত সজাগতা সভা (ETV BHARAT ASSAM)

তিনিচুকীয়া, 1 জুলাই : আজিৰে পৰা দেশত কাৰ্যকৰী হ'ল নতুন অপৰাধমূলক আইন ৷ আজিৰে পৰা দেশত নতুনকৈ বলবৎ হোৱা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আইনক লৈ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন সভা অনুষ্ঠিত হয় ৷

এই সজাগতা সভাত তিনিচুকীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই ,অতিৰিক্ত আৰক্ষী বিষয়া মৃণ্ময় দাসকে ধৰি কৰি জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে নাগৰিক সকলক এই তিনিখন আইন সন্দৰ্ভত অৱগত কৰে ৷

লগতে পঢ়ক : দেশত কাৰ্যকৰী হোৱা ৩ অপৰাধমূলক আইন সন্দৰ্ভত দলগাঁৱত সজাগতা সভা - Three New Criminal Laws

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.