ETV Bharat / snippets

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ; বজ্ৰ পৰি বোকাখাতত ১০ জনী গাই গৰুৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 10:30 AM IST

lightning in Bokakhat
বোকাখাতত বজ্ৰ পৰি ১০ জনী গাই গৰুৰ মৃত্যু (ETV BHARAT ASSAM)

গোলাঘাট, 10 জুন : দেওবাৰে নিশা গোলাঘাট জিলাৰ বোকাখাত ধনশিৰিমুখ চাপৰিৰ বামুনগাঁও বিলনীয়া চাপৰিত প্ৰবল বৃষ্টিপাত আৰু বজ্ৰ পৰাৰ ফলত জীৱন শৰ্মা আৰু দ্ৰোণ শৰ্মা নামৰ দুজন লোকৰ ১০ জনীকৈ গৰুৰ মৃত্যু হয় । পুৱাৰ ভাগত গৃহস্থই গোহালিলৈ গৈ 10 জনীকৈ গৰুৰ মৃত্যু হোৱা দেখি হতভম্ব হৈ পৰে । উক্ত অঞ্চলটোত দেওবাৰে নিশাৰ পৰাই প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ দেখি সংকিত হৈ পৰিছে অঞ্চলবাসী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.