ETV Bharat / snippets

মুক্তিৰ ৮ দিনত কোটিৰ ঘৰত ভৰি দিলে স্বৰ্গৰথে

The new Assamese movie "Swargarath" has entered the crore club
মুক্তিৰ ৮ দিনত কোটিৰ ঘৰত ভৰি দিলে স্বৰ্গৰথে (Facebook)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 4:34 PM IST

চিটাৰা ডেস্ক, 15 জুন: ৭ জুনত মুক্তিলাভ কৰা নতুন অসমীয়া ছবিখনৰ সফলতাই এতিয়া উৎসাহিত কৰি তুলিছে "স্বৰ্গৰথ" ৰ প্ৰযোজক, পৰিচালক তথা কলা-কুশলীসকলক । বৰ্তমান কোটিৰ ঘৰত ভৰি দিছে শেহতীয়াকৈ মুক্তিলাভ কৰা ছবিখন ৷ উল্লেখ্য যে, ছবিখনৰ মুক্তিৰ তিনিটা দিনত মুঠ উপাৰ্জন আছিল ৫১ লাখ ২৮ হাজাৰ ৮৭৭ টকা । কিন্তু কালি ছবিখনৰ প্ৰযোজক অক্ষতা নাৰায়ণে সামাজিক মাধ্যমযোগে এটি পোষ্ট শ্বেয়াৰ কৰি ছবিখনে কোটিৰ ঘৰত ভৰি দিয়া বুলি অৱগত কৰি তেওঁ লিখে যে-অসমবাসীলৈ ধন্যবাদ 🙏🙏 সমগ্ৰ ভাৰততে মুক্তিলাভ কৰিছে পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰিব পৰা মনোৰঞ্জক ছবি স্বৰ্গৰথ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.