ETV Bharat / technology

কোনটো উন্নত : Google Pixel 9 নে iPhone 16 ? - IPhone 16 VS Google Pixel 9

author img

By ETV Bharat Tech Team

Published : Sep 10, 2024, 4:21 PM IST

Google Pixel 9 vs iPhone 16: শেহতীয়াকৈ বজাৰত মুকলি হৈছে দুটাকৈ অত্যাধুনিক স্মাৰ্টফোন ৷ Google Pixel 9 আৰু iPhone 16 ৷ এই দুটা স্মাৰ্টফোনৰ মাজত যদি আপুনি কোনটো ক্ৰয় কৰিম বুলি বিভ্ৰান্ত হৈছে তেন্তে আমাৰ এই প্ৰতিবেদন পঢ়ক..

iphone-16-vs-google-pixel-9-which-flagship-phone-offers-better-performance-display-battery-and-value-for-money
কোনটো উন্নত : Google Pixel 9 নে iPhone 16 ? (Google and Apple)

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: 9 ছেপ্টেম্বৰৰ দিনা ভাৰতৰ লগতে বিশ্বৰ কেবাখনো দেশত মুকলি হ’ল iPhone 16 ৷ একেদৰে ইয়াৰ দুদিন পূৰ্বে ভাৰতৰ বজাৰত মুকলি হৈছিল Google Pixel 9 ৷

iPhone 16 বনাম Google Pixel 9: এটা জনা উচিত যে গুগলে শেহতীয়াকৈ মুকলি কৰিছে ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজ Google Pixel 9 । ইয়াৰ লগতে কোম্পানীয়ে চাৰিটা মডেল পিক্সেল 9, পিক্সেল 9 প্ৰ’, পিক্সেল 9 প্ৰ’ XL আৰু পিক্সেল 9প্ৰ' ফল্ড ।

ইয়াৰ কিছুদিন পাচতে আইফোন নিৰ্মাতা কোম্পানী এপলে বিক্ৰীৰ বাবে মুকলি কৰিছে নিজৰ আইফোন 16 ছিৰিজ । আইফোন 16 ছিৰিজৰ আইফোন 16, আইফোন 16 প্লাছ, আইফোন 16 প্ৰ’ আৰু আইফোন 16 প্ৰ’ মেক্স মুকলি কৰিছে এপলে । যদি আপুনি আইফোন 16 বা গুগল পিক্সেল 9 ক লৈ বিভ্ৰান্ত হৈছে তেন্তে দুয়োটা ফোনৰ মাজৰ পাৰ্থক্য আৰু মূল্যৰ সম্পূৰ্ণ বিৱৰণ জানো আহক...

Google Pixel 9 স্মাৰ্টফোনৰ বৈশিষ্ট্য

6.9 ইঞ্চিৰ OLED ডিছপ্লে

ৰিজ'লিউচন 1080 x 2424 পিক্সেল

উজ্জ্বলতা 2700 নিট

HDR ডিছপ্লে, 120Hz ৰিফ্ৰেজ ৰেট সমৰ্থিত

গৰিলা গ্লাছ 2

টেনছৰ G4 প্ৰচেছৰ, ফোন টাইটান M2 সহ-নিৰাপত্তা প্ৰচেছৰ

2 GB ৰেম আৰু 256 GB ষ্ট’ৰেজ

ভাৰতত গুগল পিক্সেল 9 ৰ মূল্য 79,999 টকাৰ পৰা আৰম্ভ

চাৰিটা ৰঙত ই উপলব্ধ পিয়নি, প’ৰচেলেইন, অবচিডিয়ান আৰু ৱিণ্টাৰগ্ৰীন

Google Pixel 9 স্মাৰ্টফোনত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ উপলব্ধ । ফোনটোত 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আছে যিটো অপটিকেল ইমেজ ষ্টেবিলাইজেচনৰ সৈতে আহে । ফোনটোত আছে 10.5 মেগাপিক্সেলৰ চেলফি কেমেৰা আৰু 48 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড কেমেৰা লেন্স ।

iPhone 16 ৰ মূল্য, বৈশিষ্ট্য

এপলৰ iPhone 16 ছিৰিজত বহু নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰা হৈছে । নতুন ছিৰিজৰ ফোনসমূহ এৰোস্পেচ গ্ৰেড এলুমিনিয়ামৰ দ্বাৰা নিৰ্মিত । এপলে দাবী কৰিছে যে ই গ্লাছ বেক ফোনতকৈ দুগুণ বেছি শক্তিশালী ।

iPhone 16 ৰ ডিছপ্লে 6.1 ইঞ্চি দীঘল । ইয়াক ভেনিলা ভেৰিয়েণ্টৰ সৈতে ডিজাইন কৰা হৈছে । iOS 18 ৰ সৈতে কাম কৰে । উজ্জ্বলতা 2000 নিটলৈকে বৃদ্ধি কৰিব পাৰি।

iPhone 16 প্লাছৰ ডিছপ্লে 6.7 ইঞ্চি দীঘল । ইয়াত আছে Super Retina XDR OLED ডিছপ্লে । পিছফালৰ কেমেৰাটো 48 মেগাপিক্সেলৰ ৱাইড এংগল আৰু 12 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড কেমেৰা । চেলফিৰ বাবে ফ্ৰন্টত 12 MP কেমেৰা সংযোগ কৰা হৈছে । কেমেৰা কণ্ট্ৰল বুটামৰ সহায়ত অতি সহজে ফটো আৰু ভিডিঅ’ ল’ব পৰাকৈ এডভান্স ফিচাৰ আছে ।

মূল্য: 128 GB ষ্ট’ৰেজৰ সৈতে আইফোন 16 বেছ মডেলৰ মূল্য 79,900 টকাৰ পৰা আৰম্ভ । আইফোন 16ত ‘AAA গেমছ’ খেলাৰ সুযোগ দিয়া হৈছে । আগতে এই বৈশিষ্ট্য কেৱল Pro মডেলতহে উপলব্ধ আছিল ।

Google Pixel 9 আৰু iPhone 16 স্মাৰ্টফোন দুটাৰ পাৰ্থক্য বিশ্লেষণ কৰি ক্ৰেতাই নিজৰ ভাল লগা ফোনটো ক্ৰয় কৰিব পাৰিব ।

লগতে পঢ়ক: ফটো তোলাজনো এতিয়াৰে পৰা বাদ নপৰে গ্ৰুপ ফটোৰ পৰা : কেনেকৈ সম্ভৱ ? - Google Pixel 9 features

এপ'লৰ সৈতে এ আই প্ৰতিদ্বন্দ্বিতাৰ দৌৰ; গুগলে আগতীয়াকৈ মুকলি কৰিলে পিক্সেল 9 আৰু পিক্সেল 9 প্ৰ' - Google Pixel 9

বিশ্বৰ বজাৰত মুকলি iPhone 16 : কোন দেশত কিমান দাম ? - iPhone 16 Series Price

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.