ETV Bharat / sports

পেৰিছ অলিম্পিকত ভাৰতৰ সম্পূৰ্ণ সূচী: কেতিয়া আৰু কিমান সময়ত অনুষ্ঠিত হ’ব ইভেন্টসমূহ - PARIS OLYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 8:03 PM IST

Paris Olympic Timing of 117 Indian Athelete Games : ক্ৰীড়াৰ মহাকুম্ভ পেৰিছ অলিম্পিক ২০২৪ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । সকলো ভাৰতীয় অনুৰাগীয়ে এই খেলসমূহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । অলিম্পিকত কোন দিনা আৰু কোন সময়ত ভাৰতীয় খেলুৱৈৰ খেল অনুষ্ঠিত হ’ব জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Paris Olympic Timing of 117 Indian Athelete Games
পেৰিছ অলিম্পিকত ভাৰতৰ সম্পূৰ্ণ সূচী (ANI PHOTOS)

স্প’ৰ্টছ ডেস্ক, ২৩ জুলাই: পেৰিছ অলিম্পিকৰ বাবে বৰ্তমান ভাৰতীয় খেলুৱৈসকলে কঠোৰ প্ৰস্তুতি চলাইছে । ভাৰতৰ সকলো খেলুৱৈৰ পৰা এইবাৰ বহু আশা কৰা হৈছে । যোৱাবাৰ টকিঅ’ অলিম্পিকত ভাৰতে মুঠ ৭টা পদক লাভ কৰিছিল, ইয়াৰে মাত্ৰ এটা সোণৰ পদকহে লাভ কৰিছিল নীৰজ চোপ্ৰাই জেভেলিন থ্ৰ’ত । এইবাৰ ভাৰতীয় খেলুৱৈসকলে পেৰিছ অলিম্পিকত বৰ্তমানলৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াব আৰু ভাৰতৰ বাবে সোণৰ পদককে ধৰি মুঠ পদকৰ সংখ্যা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।

Paris Olympic Timing of 117 Indian Athelete Games
পেৰিছ অলিম্পিক (IANS PHOTOS)

অহা ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই খেলসমূহত ভাৰতীয় খেলুৱৈসকলে বিভিন্ন সময়ত বিভিন্ন খেলত প্ৰতিদ্বন্দ্বিতা কৰিব । সমগ্ৰ বিশ্বৰ খেলুৱৈসকলে ৪৫খন খেলত অংশগ্ৰহণ কৰিব । টকিঅ’ অলিম্পিকলৈ প্ৰেৰণ কৰা ১২৬ গৰাকী খেলুৱৈৰ পিচত এইবাৰ ভাৰতে মুঠ ১১৭ গৰাকী খেলুৱৈক পেৰিছ অলিম্পিকলৈ প্ৰেৰণ কৰিছে । পেৰিছ অলিম্পিকত প্ৰতিদিনৰ ভাৰতৰ সম্পূৰ্ণ সূচী কি হ'ব জানি লওক :

২৬ জুলাই :

পেৰিছ অলিম্পিক উদ্বোধনী অনুষ্ঠান

২৭ জুলাই :

শ্বুটিং

১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড: নিশা ১২:৩০ বজাত

১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড (ব্ৰঞ্জৰ পদক): দুপৰীয়া ২ বজাত

১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড (সোণৰ পদক): দুপৰীয়া ২:৩০ বজাত

১০ মিটাৰ এয়াৰ পিষ্টল পুৰুষৰ অৰ্হতা: দুপৰীয়া ২ বজাত

১০ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ অৰ্হতা: ৪ বজাত

বেডমিণ্টন

পুৰুষৰ একক, মহিলাৰ একক আৰু ডাবলছ পৰ্যায়: দুপৰীয়া ১২:৫০ বজাত

ৰোইং

পুৰুষৰ একক স্কালছ হিট: দুপৰীয়া ১২:৩০ বজাত

বক্সিং

মহিলাৰ ৫৪ কেজি আৰু ৬০ কেজি ৰাউণ্ড ৩২: সন্ধিয়া ৭ বজাত

লগতে পঢ়ক: পেৰিছ অলিম্পিকত ভাৰতৰ কোন ৰাজ্যৰ কোনে কোনে অংশ ল’ব ? - Paris Olympics 2024

হকী

ভাৰত বনাম নিউজীলেণ্ড (পুৰুষ): নিশা ৯ বজাত

টেনিছ

পুৰুষৰ একক আৰু ডাবলছ (প্ৰথম ৰাউণ্ড): বিয়লি ৩:৩০ বজাত

২৮ জুলাই :

আৰ্চাৰী

মহিলা দলৰ ১৬ ৰাউণ্ড, তাৰ পিচত পদক ৰাউণ্ড: দুপৰীয়া ১ বজাত

বেডমিণ্টন

পুৰুষৰ একক, মহিলাৰ একক আৰু ডাবলছ: দুপৰীয়া ১২ বজাত

বক্সিং

পুৰুষৰ ৭১ কেজি, মহিলাৰ ৫০ কেজি: দুপৰীয়া ২:৩০ বজাত

ৰোইং

পুৰুষৰ একক স্কালছ ৰিপেচেজ ৰাউণ্ডছ: দুপৰীয়া ১২:৩০ বজাত

শ্বুটিং

১০ মিটাৰ এয়াৰ ৰাইফল (মহিলাৰ অৰ্হতা): দুপৰীয়া ১২:৪৫ বজাত

১০ মিটাৰ এয়াৰ পিষ্টল (পুৰুষৰ অৰ্হতা): দুপৰীয়া ১ বজাত

১০ মিটাৰ এয়াৰ ৰাইফল (পুৰুষৰ ফাইনেল): দুপৰীয়া ২:৪৫ বজাত

১০ মিটাৰ এয়াৰ পিষ্টল (মহিলা ফাইনেল): বিয়লি ৩:৩০ বজাত

লগতে পঢ়ক: অষ্ট্ৰেলিয়ান হকী তাৰকাই পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ কাটিলে আঙুলি - Paris Olympics 2024

সাঁতোৰ

পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰ’ক হিট, তাৰ পিচত ছেমি ফাইনেল: দুপৰীয়া ২:৩০ বজাত

মহিলাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল হিট, তাৰ পিচত ছেমি ফাইনেল: দুপৰীয়া ২:৩০ বজাত

২৯ জুলাই:

আৰ্চাৰী

পুৰুষৰ দলীয় ১৬ ৰাউণ্ড আৰু পদক ৰাউণ্ড: দুপৰীয়া ১ বজাত

মহিলাৰ ৬০ কেজি ৰাউণ্ড ১৬: দুপৰীয়া ২:৩০ বজালৈ

হকী

ভাৰত বনাম আৰ্জেণ্টিনা: বিয়লি ৪:১৫ বজাত

ৰোইং

পুৰুষৰ একক স্কালছ ছেমিফাইনেল: দুপৰীয়া ১ বজাত

শ্বুটিং

পুৰুষৰ ট্ৰেপ(Trap)ৰ অৰ্হতা: দুপৰীয়া ১২:৩০ বজাত

১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড অৰ্হতা: দুপৰীয়া ১২:৪৫ বজাত

১০ মিটাৰ এয়াৰ ৰাইফল মহিলাৰ ফাইনেল: দুপৰীয়া ১ বজাত

১০ মিটাৰ এয়াৰ ৰাইফল পুৰুষৰ ফাইনেল: বিয়লি ৩:৩০ বজাত

লগতে পঢ়ক: পেৰিছ অলিম্পিক : নিৰাপত্তাৰ দায়িত্ব দুৰ্ধৰ্ষ কে-৯ স্নিফাৰ ডগৰ সৈতে ভাৰতীয় নিৰাপত্তা বাহিনীক - Paris Olympics 2024

সাঁতোৰ

পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰ’ক ফাইনেল: দুপৰীয়া ১২:১৩ বজাত

মহিলাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল ফাইনেল: দুপৰীয়া ১২:১৩ বজাত

টেবুল টেনিচ:

পুৰুষ আৰু মহিলাৰ একক ৰাউণ্ড ৬৪ আৰু ৰাউণ্ড ৩২: দুপৰীয়া ১:৩০ বজাত

টেনিছ

পুৰুষৰ একক আৰু ডাবলছৰ দ্বিতীয় ৰাউণ্ড: বিয়লি ৩:৩০ বজাত

৩০ জুলাই:

আৰ্চাৰী

পুৰুষ আৰু মহিলাৰ ব্যক্তিগত ৰাউণ্ড ৬৪ আৰু ৰাউণ্ড ৩২: বিয়লি ৩:৩০ বজাত

বেডমিণ্টন

পুৰুষৰ একক, মহিলাৰ একক আৰু ডাবলছৰ গ্ৰুপ ষ্টেজ: দুপৰীয়া ১২ বজাত

বক্সিং

পুৰুষৰ ৫১ কেজি, মহিলাৰ ৫৪ কেজি আৰু ৫৭ কেজি ৰাউণ্ড ১৬: দুপৰীয়া ২:৩০ বজাত

ঘোঁৰা দৌৰ

ড্ৰেছেজ ব্যক্তিগত দিন ১: বিয়লি ৫ বজাত

লগতে পঢ়ক: পেৰিছ অলিম্পিক: আৰ্চাৰীৰ ইতিহাস, ভাৰতৰ ট্ৰেক ৰেকৰ্ড আৰু বহুতো... - Paris Olympics 2024

হকী

ভাৰত বনাম আয়াৰলেণ্ড: বিয়লি ৪:৪৫ বজাত

ৰোইং

পুৰুষৰ একক স্কালছ কোৱাৰ্টাৰ ফাইনেল: দুপৰীয়া ১:৪০ বজাত

শ্বুটিং

ট্ৰেপ পুৰুষৰ অৰ্হতা দিন ২: দুপৰীয়া ১ বজাত

ট্ৰেপ মহিলাৰ অৰ্হতা দিন ১: দুপৰীয়া ১ বজাত

১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড পদক মেচ: দুপৰীয়া ১ বজাত

ট্ৰেপ পুৰুষৰ ফাইনেল: সন্ধিয়া ৭ বজাত

টেবল টেনিছ

পুৰুষ আৰু মহিলাৰ একক ৰাউণ্ড ৩২ - ২:৩০ বজাত

টেনিছ

পুৰুষৰ একক আৰু ডাবলছ তৃতীয় ৰাউণ্ড - ৩:৩০ বজাত

৩১ জুলাই :

আৰ্চাৰী

পুৰুষ আৰু মহিলাৰ ব্যক্তিগত এলিমিনেচন ৰাউণ্ড: বিয়লি ৩:৩০ বজাত

পুৰুষৰ ৭১ কেজি: দুপৰীয়া ২:৩০ বজাত

মহিলাৰ ৬০ কেজি আৰু ৭৫ কেজি ৰাউণ্ড ১৬: দুপৰীয়া ২:৩০ বজাত

ঘোঁৰা দৌৰ

ড্ৰেছেজ ব্যক্তিগত দিন ২: দুপৰীয়া ১:৩০ বজাত

ৰোইং

পুৰুষৰ একক স্কালছ ছেমিফাইনেল - ১:২৪ বজাত

লগতে পঢ়ক: অলিম্পিকৰ পৰা নিষিদ্ধ হোৱা অলিম্পিক ইতিহাসৰ আটাইতকৈ অদ্ভুত খেলসমূহ - Paris Olympic 2024

শ্বুটিং

৫০ মিটাৰ ৰাইফল-৩ পদ পুৰুষ অৰ্হতা দিন ২: দুপৰীয়া ১২:৩০ বজাত

৫০ মিটাৰ ৰাইফল-৩ পজিচন ট্ৰেপ মহিলাৰ অৰ্হতা দিন ২: দুপৰীয়া ১২:৩০ বজাত

ট্ৰেপ মহিলাৰ ফাইনেল: সন্ধিয়া ৭ বজাত

টেবুল টেনিচ

পুৰুষ আৰু মহিলাৰ একক ৰাউণ্ড ৩২: দুপৰীয়া ১:৩০ বজাত

পুৰুষ আৰু মহিলা একক ৰাউণ্ড ১৬: দুপৰীয়া ১:৩০ বজাত

টেনিছ

পুৰুষৰ একক তৃতীয় ৰাউণ্ড: বিয়লি ৩:৩০ বজাত

পুৰুষৰ ডাবলছ ছেমিফাইনেল: বিয়লি ৩:৩০ বজাত

১ আগষ্ট :

আৰ্চাৰী

পুৰুষৰ এলিমিনেচন ৰাউণ্ড: দুপৰীয়া ১ বজাত

মহিলাৰ এলিমিনেচন ৰাউণ্ড: দুপৰীয়া ১ বজাত

এথলেটিকছ

পুৰুষৰ ২০ কিলোমিটাৰ ৰেচ-ৱাৰ্ক: দিনৰ ১১ বজাত

মহিলাৰ ২০ কিলোমিটাৰ ৰেচ-ৱাৰ্ক: দুপৰীয়া ১২:৫০ বজাত

বেডমিণ্টন

পুৰুষ আৰু মহিলাৰ একক ৰাউণ্ড ১৬: দুপৰীয়া ১২ বজালৈ

পুৰুষ আৰু মহিলা ডাবলছ কোৱাৰ্টাৰ ফাইনেল: দুপৰীয়া ১২ বজাত

বক্সিং

মহিলাৰ ৫০ কেজি ৰাউণ্ড ১৬: দুপৰীয়া ২:৩০ বজাত

মহিলাৰ ৫৪ কেজি কোৱাৰ্টাৰ ফাইনেল: ২:৩০ বজাত

লগতে পঢ়ক: অলিম্পিকৰ ইতিহাসত সৰ্বাধিক পদক লাভ কৰা মহিলা খেলুৱৈ লাৰিছা লেটিনিনাৰ কাহিনী - MOST OLYMPICS MEDALS FEMALE ATHLETE

গল্ফ

পুৰুষৰ প্ৰথম ৰাউণ্ড: দুপৰীয়া ১২:৩০ বজাত

হকী

ভাৰত বনাম বেলজিয়াম: দুপৰীয়া ১:৩০ বজাত

জুডো

মহিলাৰ ৭৮ কেজি আৰু ৰাউণ্ড ৩২ ফাইনেল: দুপৰীয়া ১:৩০ বজাত

ৰোইং

পুৰুষৰ একক স্কালছ ছেমিফাইনেল এ/বি: দুপৰীয়া ১:২০ বজাত

পুৰুষ আৰু মহিলাৰ ডিংগী দৌৰ: বিয়লি ৩:৩০ বজাত

শ্বুটিং

৫০ মিটাৰ ৰাইফল-৩ পজিচন পুৰুষ ফাইনেল: দুপৰীয়া ১ বজাত

৫০ মিটাৰ ৰাইফল-৩ পদ মহিলাৰ অৰ্হতা: বিয়লি ৩:৩০ বজাত

টেবুল টেনিচ

পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেল: দুপৰীয়া ১:৩০ বজাত

মহিলা একক কোৱাৰ্টাৰ ফাইনেল: দুপৰীয়া ১:৩০ বজাত

লগতে পঢ়ক: পেৰিছ অলিম্পিকত ভাৰতীয় টেনিছ দল : খেলুৱৈ, অতীতৰ প্ৰদৰ্শন আৰু খেলৰ মৌলিক নিয়ম - Paris Olympics 2024

টেনিছ

পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেল: বিয়লি ৩:৩০ বজাত

২ আগষ্ট :

আৰ্চাৰী

মিক্সড টিম ৰাউণ্ড ১৬ পৰা ফাইনেল: দুপৰীয়া ১ বজাত

এথলেটিকছ

পুৰুষৰ শ্বৰ্ট পুটৰ অৰ্হতা: দিনৰ ১১:৪০ বজাত

বেডমিণ্টন

পুৰুষৰ ডাবলছ ছেমিফাইনেল: দুপৰীয়া ১২ বজাত

মহিলা ডাবলছ ছেমিফাইনেল: দুপৰীয়া ১২ বজাত

পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেল: দুপৰীয়া ১২ বজাত

বক্সিং

মহিলাৰ ৫৭ কেজি ৰাউণ্ড ১৬: সন্ধিয়া ৭ বজাত

পুৰুষৰ ৫১ কেজি কোৱাৰ্টাৰ ফাইনেল: সন্ধিয়া ৭ বজাত

গল্ফ

পুৰুষৰ দ্বিতীয় ৰাউণ্ডছ: দুপৰীয়া ১২:৩০ বজাত

হকী

ভাৰত বনাম অষ্ট্ৰেলিয়া: বিয়লি ৪:৪৫ বজাত

লগতে পঢ়ক: পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া হাউছ’ ঘোষণা ভাৰতীয় অলিম্পিক সন্থাৰ - Paris Olympics 2024

ৰোইং

পুৰুষৰ একক স্কালছৰ ফাইনেল: দুপৰীয়া ১ বজাত

শ্বুটিং

স্কীট পুৰুষৰ অৰ্হতা দিন ১: দুপৰীয়া ১২:৩০ বজাত

২৫ মিটাৰ পিষ্টল মহিলা কোৱালিফায়াৰ: দুপৰীয়া ১২:৩০ বজাত

৫০ মিটাৰ ৰাইফল-৩ পজিচন মহিলা ফাইনেল: দুপৰীয়া ১ বজাত

টেবুল টেনিচ

পুৰুষৰ একক ছেমিফাইনেল: দুপৰীয়া ১:৩০ বজাত

মহিলা একক ছেমিফাইনেল: দুপৰীয়া ১:৩০ বজাত

টেনিছ

পুৰুষৰ একক ছেমিফাইনেল: সন্ধিয়া ৭ বজাত

পুৰুষৰ ডাবলছ পদক মেচ: ৰাতি ১০:৩০ বজাত

৩ আগষ্ট :

আৰ্চাৰী

মহিলাৰ ব্যক্তিগত ১৬ ৰাউণ্ডৰ পদক মেচ: দুপৰীয়া ১ বজাত

এথলেটিকছ

পুৰুষৰ শ্বট পুট ফাইনেল: নিশা ১১:০৫ বজাত

বেডমিণ্টন

মহিলা একক কোৱাৰ্টাৰ ফাইনেল: দুপৰীয়া ১ বজাত

মহিলা ডাবলছৰ পদক মেচ: সন্ধিয়া ৬:৩০ বজাত

বক্সিং

পুৰুষৰ ৭১ কেজি কোৱাৰ্টাৰ ফাইনেল: সন্ধিয়া ৭:৩২ বজাত

মহিলাৰ ৫০ কেজি ছেমিফাইনেল: সন্ধিয়া ৭:৩২ বজাত

মহিলা ৬০ কেজি ছেমিফাইনেল: সন্ধিয়া ৭:৩২ বজাত

গল্ফ

পুৰুষৰ তৃতীয় ৰাউণ্ড: দুপৰীয়া ১২:৩০ বজাত

লগতে পঢ়ক: পেৰিছ অলিম্পিক টেনিছৰ বাবে যোগ্যতা অৰ্জন ৰোহণ বোপান্না-সুমিত নাগালৰ - Paris Olympics 2024

শ্বুটিং

স্কীট পুৰুষৰ অৰ্হতা দিন ২: দুপৰীয়া ১ বজাত

স্কীট মহিলা অৰ্হতা দিন ১: দুপৰীয়া ১ বজাত

২৫ মিটাৰ পিষ্টল মহিলাৰ ফাইনেল: দুপৰীয়া ১ বজাত

স্কিট পুৰুষৰ ফাইনেল: সন্ধিয়া ৭ বজাত

টেবুল টেনিচ

মহিলা একক পদক মেচ: সন্ধিয়া ৫ বজাত

টেনিছ

পুৰুষৰ একক পদক মেচ

৪ আগষ্ট :

আৰ্চাৰী

পুৰুষৰ ব্যক্তিগত ১৬ ৰাউণ্ডৰ পদক মেচ: দুপৰীয়া ১ বজাত

এথলেটিকছ

মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজ ৰাউণ্ড ১: দুপৰীয়া ১:৩৫ বজাত

পুৰুষৰ লং জাম্পৰ অৰ্হতা: দুপৰীয়া ২:৩০ বজাত

বেডমিণ্টন

মহিলা একক ছেমিফাইনেল: দুপৰীয়া ১২ বজাত

পুৰুষৰ একক ছেমিফাইনেল: দুপৰীয়া ১২ বজাত

পুৰুষৰ ডাবলছ পদক মেচ: সন্ধিয়া ৬:৩০ বজাত

বক্সিং

মহিলাৰ ৫৭ কেজি আৰু ৭৫ কেজি কোৱাৰ্টাৰ ফাইনেল; মহিলা ৫৪ কেজি আৰু পুৰুষৰ ৫১ কেজি ছেমি ফাইনেল: দুপৰীয়া ২.৩০ বজাত

ঘোঁৰা দৌৰ

ড্ৰেছেজ ব্যক্তিগত গ্ৰেণ্ড প্ৰিক্স ফ্ৰীষ্টাইল: দুপৰীয়া ১:৩০ বজাত

গল্ফ

পুৰুষৰ চতুৰ্থ ৰাউণ্ড: দুপৰীয়া ১২:৩০ বজাত

লগতে পঢ়ক: পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

হকী

পুৰুষৰ কোৱাৰ্টাৰ ফাইনেল

শ্বুটিং

২৫ মিটাৰ ৰেপিড ফায়াৰ পুৰুষৰ কোৱালিফায়াৰ ষ্টেজ ১: দুপৰীয়া ১২:৩০ বজাত

স্কীট মহিলা অৰ্হতা দিন ২: দুপৰীয়া ১ বজাত

স্কীট মহিলাৰ ফাইনেল: সন্ধিয়া ৭ বজাত

টেবুল টেনিচ

পুৰুষৰ একক পদক মেচ: সন্ধিয়া ৫ বজাত

টেনিছ

পুৰুষৰ একক স্বৰ্ণ পদক মেচ

৫ আগষ্ট :

এথলেটিকছ

পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলচেজ ৰাউণ্ড ১: নিশা ১০:৩৪ বজাত

মহিলাৰ ৫০০০ মিটাৰ ফাইনেল: মাজনিশা ১২:৪০ বজাত

বেডমিণ্টন

মহিলা একক পদক মেচ: দুপৰীয়া ১:১৫ বজাত

পুৰুষৰ একক পদক মেচ: সন্ধিয়া ৬ বজাত

শ্বুটিং

স্কীট মিক্সড অৰ্হতা: দুপৰীয়া ১২:৩০ বজাত

২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল পুৰুষৰ ফাইনেল: দুপৰীয়া ১ বজাত

স্কিট মিক্সড পদক মেচ: ৬:৩০ বজাত

টেবুল টেনিচ

পুৰুষৰ দলীয় ৰাউণ্ড ১৬: দুপৰীয়া ১:৩০ বজাত

মহিলা দলীয় ৰাউণ্ড ১৬: দুপৰীয়া ১:৩০ বজাত

মল্লযুঁজ

প্ৰিলিমিনাৰীৰ পৰা ছেমি ফাইনেললৈকে মহিলাৰ ৬৮ কেজিৰ যুঁজ: সন্ধিয়া ৬:৩০ বজাত

৬ আগষ্ট :

এথলেটিকছ

পুৰুষৰ জেভেলিন থ্ৰ' অৰ্হতা: দুপৰীয়া ১:৫০ বজাত

পুৰুষৰ লং জাম্প ফাইনেল: দিনৰ ১১:৪০ বজাত

মহিলাৰ ৩০০০ মিটাৰ ষ্টীপলচেজ ফাইনেল: দুপৰীয়া ১২:৪০ বজাত

বক্সিং

পুৰুষৰ ৭১ কেজি ছেমিফাইনেল: পুৱা ১ বজাত

মহিলাৰ ৫০ কেজি ছেমিফাইনেল: পুৱা ১ বজাত

মহিলা ৬০ কেজি ফাইনেল: পুৱা ১ বজাত

হকী

পুৰুষৰ ছেমি ফাইনেল

ৰোইং

পুৰুষ আৰু মহিলাৰ ডিংগী পদক দৌৰ

লগতে পঢ়ক: বক্সিং বিশ্ব কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত অংকুশিতা বড়ো, ৰাউণ্ড 16 ত প্ৰৱেশ অৰুন্ধতী চৌধুৰীৰ - Boxing World Qualifiers

টেবুল টেনিচ

পুৰুষ আৰু মহিলাৰ দলীয় ১৬ ৰাউণ্ডৰ কোৱাৰ্টাৰ ফাইনেল: দুপৰীয়া ১:৩০ বজাত

মল্লযুঁজ

মহিলাৰ ৬৮ কেজি ৰিপেচেজ: দুপৰীয়া ২:৩০ বজাত

৫০ কিলোগ্ৰাম প্ৰিলিমছৰ ছেমিফাইনেল: দুপৰীয়া ২:৩০ বজাত

মহিলাৰ ৬৮ কেজি পদক মেচ: মাজনিশা ১২:২০ বজাত

৭ আগষ্ট :

এথলেটিকছ

মাৰাথন ৰেচ ৱাক মিক্সড ৰিলে: পুৱা ১১ বজাত

পুৰুষৰ হাই জাম্পৰ অৰ্হতা: দুপৰীয়া ১:৩৫ বজাত

মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছ ৰাউণ্ড ১: দুপৰীয়া ১:৪৫ বজাত

মহিলা জেভেলিন থ্ৰ' অৰ্হতা: দুপৰীয়া ১:৫৫ বজাত

পুৰুষৰ ট্ৰিপল জাম্প অৰ্হতা: নিশা ১০:৪৫ বজাত

পুৰুষৰ ৩০০০ মিটাৰ ষ্টীপলচেজৰ ফাইনেল: পুৱা ১:১০ বজাত

বক্সিং

মহিলা ৫৭ কেজি ছেমি ফাইনেল: মাজনিশা ১ বজাত

গল্ফ

মহিলাৰ প্ৰথম ৰাউণ্ড: নিশা ১২:৩০ বজাত

টেবুল টেনিচ

পুৰুষ আৰু মহিলা দলৰ কোৱাৰ্টাৰ ফাইনেল: দুপৰীয়া ১:৩০ বজাত

পুৰুষ দলৰ ছেমিফাইনেল: দুপৰীয়া ১:৩০ বজাত

ভাৰোত্তোলন

মহিলাৰ ৪৯ কেজি: নিশা ১১ বজাত

মল্লযুঁজ

মহিলাৰ ৫০ কেজি ৰিপেচেজ: দুপৰীয়া ২:৩০ বজাত

মহিলাৰ ৫৩ কেজি প্ৰিলিমছৰ ছেমিফাইনেল: দুপৰীয়া ২:৩০ বজাত

মহিলাৰ ৫০ কেজি পদক ৰাউণ্ড: মাজনিশা ১২:২০ বজাত

৯ আগষ্ট :

এথলেটিকছ

পুৰুষৰ ৪x৪০০ ৰিলে ৰাউণ্ড ১: দুপৰীয়া ২:১০ বজালৈ

মহিলাৰ ৪x৪০০ ৰিলে ৰাউণ্ড ১: দুপৰীয়া ২:১০ বজালৈ

মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছ ছেমিফাইনেল: বিয়লি ৩:৩৫ বজাত

মহিলাৰ শ্বট পুট ফাইনেল: নিশা ১১:১০ বজাত

পুৰুষৰ ট্ৰিপল জাম্প ফাইনেল: নিশা ১১:৪০ বজাত

লগতে পঢ়ক: আইফেল টাৱাৰৰ টুকুৰাৰে তৈয়াৰ হৈছে পেৰিছ অলিম্পিকৰ পদক

বক্সিং

পুৰুষৰ ৭১ কেজি: মাজনিশা ১ বজাত

মহিলাৰ ৫০ কেজি ফাইনেল: মাজনিশা ১ বজাত

গল্ফ

মহিলাৰ তৃতীয় ৰাউণ্ড: মাজনিশা ১২:৩০ বজাত

টেবুল টেনিচ

পুৰুষৰ দলীয় পদক মেচ: দুপৰীয়া ১:৩০ বজাত

মহিলা দলৰ পদক মেচ: দুপৰীয়া ১:৩০ বজাত

মল্লযুঁজ

পুৰুষৰ ৫৭ কেজি ৰিপেচেজ: দুপৰীয়া ২:৩০ বজাত

মহিলাৰ ৫৭ কেজি ৰিপেচেজ: দুপৰীয়া ২:৩০ বজাত

পুৰুষৰ ৫৭ কেজি পদক ৰাউণ্ড: নিশা ১১:২৫ বজাত

মহিলাৰ ৫৭ কেজি পদক ৰাউণ্ড: নিশা ১১:২৫ বজাত

১০ আগষ্ট :

এথলেটিকছ

পুৰুষৰ হাই জাম্প ফাইনেল: ১০:৪০ বজাত

মহিলাৰ জেভেলিন থ্ৰ' ফাইনেল: নিশা ১১:১০ বজাত

মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছৰ ফাইনেল: নিশা ১১:১৫ বজাত

পুৰুষৰ ৪x৪০০ ৰিলে ফাইনেল: মাজনিশা ১২:৪২ বজাত

মহিলাৰ ৪x৪০০ ৰিলে ফাইনেল: মাজনিশা ১২:৪২ বজাত

বক্সিং

মহিলা ৫৭ কেজি ফাইনেল: মাজনিশা ১ বজাত

পুৰুষৰ ৭৫ কেজি ফাইনেল: মাজনিশা ১ বজাত

গল্ফ

মহিলা চতুৰ্থ ৰাউণ্ড: মাজনিশা ১২:৩০ বজাত

টেবুল টেনিচ

মহিলা দলৰ পদক মেচ: দুপৰীয়া ১:৩০ বজাত

মল্লযুঁজ

মহিলাৰ ৭৬ কেজি প্ৰিলিমছৰ ছেমিফাইনেল: বিয়লি ৩ বজাত

১১ আগষ্ট :

মল্লযুঁজ

মহিলাৰ ৭৬ কেজি ৰিপেচেজ: দুপৰীয়া ২:৩০ বজাত

মহিলাৰ ৭৬ কেজি পদক মেচ: সন্ধিয়া ৪:৫০ বজাত

লগতে পঢ়ক: পেৰিছ অলিম্পিক 2024 : এথলেটিকছৰ ইতিহাস, ক্ৰীড়া, ভাৰতীয় দলৰ নামজ্বলা খেলুৱৈ আৰু ইভেণ্টসমূহ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.