ETV Bharat / lifestyle

বৃষ ৰাশিৰ লোকে আজি এই কাম বাতিল কৰক...সিংহ ৰাশিৰ লোকে বচক সন্তুষ্ট ৰখাৰ চেষ্টা কৰক...চাওক আজিৰ দিনটোৰ ৰাশিফল

মিথুন ৰাশিৰ লোকৰ খৰছৰ মাত্ৰা বাঢ়িব ৷ বৃশ্চিক ৰাশিৰ লোকৰ জীৱনলৈ আজি হ’ব পাৰে ধনাগমনৰ ৷ অধিক জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 12TH OCTOBER
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : Oct 12, 2024, 7:28 AM IST

মেষ ৰাশি: এটা মিশ্ৰিত ফলাফলৰ দিন ৷ আপোনাৰ কাৰ্যালয়ৰ বচৰ লগত বিশেষ বিষয়ত আলোচনা কৰিব লাগিব ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে ৷ চৰকাৰৰ ফালৰ পৰা আপুনি পোৱা কামত বিশেষ সুবিধা লাভ কৰিব ৷ কামবোৰ থিক মতে চলি থাকিব আৰু ঘৰৰ পৰিবেশ সুন্দৰ হ’ব, যি আপোনাক ঘৰৰ বিশেষ কিছু সলনি কৰাৰ কথা চিন্তা কৰাত সহায় কৰিব ৷ দৰকাৰী সিদ্ধান্ত গ্ৰহণৰ সময়ত লৰালৰি নকৰিব ৷ মাতৃৰ শৰীৰ ভালে যাব ৷

বৃষ ৰাশি: ব্যৱসায়ৰ বাবে সুন্দৰ দিন ৷ ঘৰৰ পাইপৰ কাম কৰাৰ কথা আছিল যদি আজিৰ বাবে বাতিল কৰক ৷ চাকৰিয়ালসকলৰ বাবে উন্নতিৰ দিন ৷ বিদেশ ভ্ৰমণৰ যোগ আছে ৷ তীৰ্থ ভ্ৰমণ কৰিব পাৰে ৷ শৰীৰৰ ফালে চকু দিয়ক কাৰণ শৰীৰে আপোনাক কিছু অসুবিধাত পেলাব ৷ আপোনাৰ হাতলৈ বহুতো কাম আহিব, সাজু হওক ৷

মিথুন ৰাশি: বিশেষ কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে ৷ আপুনি মানসিকভাৱে আৰু শাৰিৰীকভাৱে অসুস্থ অনুভব কৰিব ৷ সেয়ে আপুনি ভালপোৱা কামত মন দিয়ক যিয়ে আপোনাক চিন্তামুক্ত কৰিব ৷ খঙৰ পৰা মুক্ত থাকক ৷ খৰছৰ মাত্ৰা বাঢ়িব ৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব ৷

কৰ্কট ৰাশি: পৰিয়ালৰ লগত আৰু বন্ধুৰ লগত আনন্দপূৰ্ণ মূহুৰ্ত পাৰ কৰিব ৷ ধনাগমনৰ দিশ মুকলি হ’ব ৷ ব্যবসায়ীসকলৰ বাবে এই দিনটোৱে সম্ভাৱনা কঢ়িয়াই আনিব, আপোনাৰ সহকৰ্মীসকলে আপোনাক সহায় কৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ফুৰিবলৈ যাব পাৰিব ৷ সমাজত আপোনাৰ সন্মান বাঢ়িব ৷ দিন শুভ হওক !

সিংহ ৰাশি: গ্ৰহৰ প্ৰভাৱত আজি আপুনি অলপ অসুবিধাৰে ভৰা দিন পাৰ কৰিব লাগিব ৷ আপোনাক চিন্তা, উদ্বেগ আৰু খঙে চাৰিওফালৰ পৰা আগুৰি ৰাখিব ৷ কাৰ্যালয়ৰ পৰিবেশ কাম কৰাৰ বাবে আৰামদায়ক নহ’ব আৰু তাৰ ফলত আপোনাৰ দৈনিক কায সম্পন্ন কৰাত দেৰী হ’ব ৷ বচৰ চকু আপোনাৰ ওপৰত পৰিব, সেয়ে তেওঁক সন্তুষ্ট ৰখাৰ চেষ্টা কৰক ৷ সহকৰ্মীসকলৰ বৰ সহায় নাপাব ৷ মুঠতে আজিৰ দিনটো গতানুগতিক হ’ব ৷

কন্যা ৰাশি: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি কষ্টকৰ দিন ৷ আপোনাৰ মনোযোগ ব্যাঘাত হ’ব, গতিকে আপোনাৰ চিন্তাবোৰ একাষৰীয়া কৰক ৷ জমা কৰ্তাসকল বিশেষ সাৱধান হওক ৷ জ্ঞানবৰ্ধক আলোচনাৰ পৰা আৰু তৰ্কাতৰ্কিৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি: এটা জঞ্জাল ভৰা দিন ৷ আপোনাৰ বাবে শান্ত থকা টান হৈ পৰিব ৷ সম্পত্তিৰ ক্ষেত্ৰত ল’ব লগা নিৰ্ণয়ৰ বিষয়ত সাৱধান হওক ৷ ভ্ৰমণ বাতিল কৰক ৷ ঘৰুৱা পৰিবেশ কিছু বিপদজনক হ’ব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকক, যদিহে আপুনি এইবোৰত লিপ্ত হয় তেন্তে আপোনাৰ সন্মান হানি হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: ভাগ্য আজি আপোনাৰ প্ৰতি সুপ্ৰসন্ন হ’ব ৷ ধনাগমনৰ দিশ শুভ ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এটা সুন্দৰ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে, আনন্দপূৰ্ণ হ’ব ৷ আপুনি গোটেই দিনটো প্ৰসন্ন হৈ থাকিব ৷

ধনু ৰাশি: দুবিধাত নপৰিব, কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক ৷ ঘৰুৱা পৰিবেশ সুবিধাজনক নহ’ব ৷ শান্ত হ’বলৈ চেষ্টা কৰক, কাৰণ আপোনাৰ খঙে অসুবিধাত পেলাব ৷ ৰৈ যোৱ কাম সম্পূৰ্ণ কৰাত অসুবিধা হ’ব কিন্তু শান্তভাৱে কৰিলে কাম সমাধান কৰিব পাৰিব ৷ যিকোনো বিষয়ৰ সিদ্ধান্ত গ্ৰহণ আজি বাতিল কৰক ৷ কামৰ বোজা বহু বেছি বৃদ্ধি হ’ব ৷

মকৰ ৰাশি: আজিৰ দিনটো আধ্যাত্মিক আৰু ধৰ্মীয় ক্ৰিয়াকলাপত পাৰ হৈ যাব । বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে ইতিবাচক ফল আশা কৰিব পাৰে । আপোনাৰ সকলো প্ৰয়াস আৰু প্ৰচেষ্টাই সুফল প্ৰদান কৰিব পাৰে । আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে । পদোন্নতি হ’ব পাৰে । বন্ধু আৰু আত্মীয়ৰ সৈতে সাক্ষাৎ আনন্দদায়ক হ’ব । ঘৰৰ পৰিৱেশ উজ্জ্বল আৰু উৎসাহপূৰ্ণ হৈ থাকিব । সৰু-সুৰা দুৰ্ঘটনা হোৱাৰ কথা নুই কৰিব নোৱাৰি । গতিকে সাৱধানে থাকক । স্বাস্থ্যক লৈ কোনো সমস্যা হোৱাৰ লক্ষণ নাই ।

কুম্ভ ৰাশি: আপুনি আজি শাৰিৰীক আৰু মানসিকভাৱে অসুস্থ অনুভব কৰিব ৷ পৰিয়ালৰ লগত কাজিয়াৰ সূত্ৰপাত হ’ব আৰু তাৰ ফলত আপুনি চিন্তাত পৰিব ৷ আপোনাৰ খং, কথা আৰু খৰছৰ ওপৰত চকু ৰাখক আৰু অসম্পূৰ্ণ কাৰ্য সমাপ্ত কৰাত গুৰুত্ব দিয়ক ৷ আইনী বিষয়ত সিদ্ধান্ত লওঁতে দুবাৰ ভাবক ৷ ধাৰ লোৱা আৰু দিয়াৰ ক্ষেত্ৰত সাবধান হওক ৷ আনৰ কথাত বেছি মন নিদিব, এনে কৰি আপুনি নিজে এনে বিষয়ত অযথা সোমাই পৰিব আৰু অসুবিধাত পৰিব ৷

মীন ৰাশি: আপোনাৰ বাবে সামাজিক কাম আনন্দৰ বিষয় নহয়, কিন্তু আজি আপুনি সামাজিক কামত জড়িত হৈ পৰিব ৷ আপুনি বন্ধু, ভাই-ভগ্নী আৰু সম্পৰ্কীয় লোকৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰিব ৷ তেওঁলোকৰ লগত ভ্ৰমণ কৰি আনন্দ লাভ কৰিব পাৰিব ৷ গ্ৰহৰ প্ৰভাৱত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব ৷ পত্নী আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.