ETV Bharat / health

ক্লান্তি-দুৰ্বলতা বা উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰিছে নেকি ? তেন্তে আজিয়েই হওক সাৱধান ! - Sign Of Anemia

author img

By ETV Bharat Health Team

Published : Aug 10, 2024, 1:33 PM IST

Sign Of Anemia : তেজৰ অভাৱ অৰ্থাৎ ‘এনিমিয়া’ৰ সমস্যা ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে । সঠিক সময়ত ইয়াক চিনাক্ত কৰিলেহে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পৰা যায় । জানি লওক ইয়াৰ লক্ষণসমূহ...

sign of anemia
ক্লান্তি-দুৰ্বলতা বা উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰিছে নেকি ? তেন্তে আজিয়েই হওক সাৱধান! (CANVA)

মানুহৰ মাজত মাজত তেজৰ অভাৱ অৰ্থাৎ ‘এনিমিয়া’ৰ সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ ইয়াৰ মূল কাৰণ মানুহৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস ৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সমস্যা দেখা যায় ৷ যদি কাৰোবাৰ শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি যায় তেন্তে ৰক্তহীনতা বা তেজৰ অভাৱজনিত ৰোগ হ’ব পাৰে ৷ এনে পৰিস্থিতিত ইয়াৰ প্ৰতি গুৰুত্ব নিদিলে ভৱিষ্যতে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

কিন্তু সঠিক সময়ত চিনাক্ত হ’লে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পৰা যায় ৷ ৰক্তহীনতা চিনাক্ত কৰিবলৈ ইয়াৰ লক্ষণসমূহ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ ৷ এনে পৰিস্থিতিত আজি আমি আপোনালোকক ৰক্তহীনতাৰ ফলত শৰীৰত দেখা পোৱা কিছুমান লক্ষণৰ বিষয়ে জনাবলৈ ওলাইছো ৷ এইবোৰৰ সহায়ত আপুনি চিনাক্ত কৰিব পাৰে যে আপোনাৰ শৰীৰত তেজৰ অভাৱ আছে নে নাই ৷

ৰক্তহীনতাৰ লক্ষণ

  1. তেজৰ অভাৱৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে ৷
  2. ইয়াৰ বাহিৰেও যদি আপোনাৰ ৰক্তহীনতা হয় তেন্তে আপোনাৰ উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে ৷
  3. মানসিক চাপ আৰু খিংখিঙীয়া অনুভৱ কৰাটোও ৰক্তহীনতাৰ লক্ষণ হ’ব পাৰে ৷
  4. তেজৰ অভাৱত ছালৰ ৰং হালধীয়া হৈ পৰে ৷
  5. ইয়াৰ উপৰিও তেজৰ অভাৱত মূৰৰ বিষো আৰম্ভ হয় ৷
  6. তেজৰ অভাৱত মূৰ ঘূৰাব পাৰে ৷
  7. তেজ নোহোৱাৰ বাবে বুকুৰ বিষ অনুভৱ কৰিব পাৰে ৷
  8. ইয়াৰ উপৰিও তেজৰ অভাৱত টোপনি নাহে আৰু চুলিও সৰিবলৈ আৰম্ভ কৰে ৷

ঝাৰখণ্ডৰ ৰাঞ্চিৰ ৰাজেন্দ্ৰ চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু আৰু মেৰুদণ্ডৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ তথা ফেডাৰেচন অৱ ৰেচিডেণ্ট ডাক্তৰ এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় মুখ্য উপদেষ্টা ডাঃ বিকাশ কুমাৰৰ মতে শৰীৰত তেজ বা হিম’গ্লবিনৰ অভাৱত তলত দিয়া লক্ষণসমূহ দেখা দিবলৈ আৰম্ভ কৰে ৷

ডাঃ বিকাশ কুমাৰৰ মতে, তেজৰ অভাৱত চকুৰ ভিতৰৰ তলৰ অংশ বগা, কম ৰঙা বা হালধীয়া হৈ পৰে ৷ যদি কোনো ব্যক্তিৰ ৰক্তহীনতাৰ লক্ষণ দেখা যায়, তেন্তে প্ৰথমে তেওঁ চিবিচি ব্লাড টেষ্ট বা হিম’গ্লবিন টেষ্ট কৰাব লাগে ৷

ৰক্তহীনতা হ’লে কি খাব

লাগে যদি কাৰোবাৰ ৰক্তহীনতা হয় ? তথ্য অনুসৰি ৰক্তহীনতাৰ ক্ষেত্ৰত আইৰণৰ পৰিমাণ বৃদ্ধিৰ কাম কৰিব লাগে ৷ ইয়াৰ বাহিৰেও ৰক্তহীনতাৰ ক্ষেত্ৰত সেউজীয়া শাক-পাচলি, তিল আৰু ক’লা কিচমিচ খাব লাগে ৷

ডাঃ বিকাশ কুমাৰৰ মতে তেজৰ অভাৱত চকুৰ তলৰ পতাখনৰ ভিতৰৰ অংশ বগা, কম ৰঙা বা হালধীয়া হৈ পৰে ৷ যদি কোনো ব্যক্তিৰ ৰক্তহীনতাৰ লক্ষণ দেখা যায়, তেন্তে প্ৰথমে তেওঁ চিবিচি ব্লাড টেষ্ট বা হিম’গ্লবিন টেষ্ট কৰাব লাগে ৷

লগতে পঢ়ক: ৰক্তহীনতা সমস্যাৰ ফলত কেনেধৰণৰ বিপদ হ’ব পাৰে ? - ANEMIA SYMPTOMS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.