ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল...কি কয় আপোনাৰ ৰাশিচক্ৰই - Daily Horoscope For 31st August

author img

By ETV Bharat Features Team

Published : Aug 31, 2024, 12:36 AM IST

Daily Horoscope: আজি ৰাশি সলনি কৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 31st August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি: আজিৰ দিনতো আপোনাৰ বাবে বৰ ভাল নহয়, সেইবাবে আপুনি শান্ত থাকক আৰু দিনটো যেনে তেনে পাৰ হৈ যাবলৈ দিয়ক ৷ সাৱধানে থাকক, অন্যথা আপোনাক কোনোবাই মানসিকভাৱে আঘাত কৰিব পাৰে ৷ মাতৃৰ শৰীৰ আৰু আন কিছুমান কাৰণত আপোনাৰ মন অস্থিৰ হৈ থাকিব ৷ পানীৰ পৰা আঁতৰত থাকক ৷ সম্পত্তিৰ ক্ষেত্ৰত একো সিদ্ধান্ত গ্ৰহণ নকৰিব বিশেষ লাভ নহবও পাৰে ৷

বৃষ ৰাশি: চিন্তা আঁতৰাই ৰাখক, আৰু সতেজ অনুভৱ কৰক ৷ আপোনাৰ বাবে আজিৰ দিনটো সাহিত্য আৰু কলাৰ চৰ্চাৰ বাবে উত্তম দিন ৷ মাতৃৰ লগত আলোচনাই আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব ৷ পৰিয়ালৰ লগত সুন্দৰ আৰু সতেজতাপূৰ্ণ ভ্ৰমণত যাব পাৰে ৷ এইটোৱেই উত্তম সময় আপোনাৰ বাবে পৰিয়ালৰ কথা চিন্তা কৰিবলৈ আৰু পৰিয়ালক ধনৰ ফালৰ পৰা সহায় কৰিবলৈ ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক ৷ কৰ্মক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব ৷ কষ্টৰ ফল লাভ কৰিব ৷ আপোনাৰ সহযোগীসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ’ব মাত্ৰ সেয়া স্থিৰ কৰি ৰখাৰ দায়িত্ব আপোনাৰ নিজৰ ৷ পাৰিবাৰিক ক্ষেত্ৰটো দিনটো আনন্দৰে পাৰ হ’ব ৷

কৰ্কট ৰাশি: আজি আপোনাৰ ভাগ্যত বন্ধু, ফূৰ্তি আৰু আনন্দ আছে ৷ আজি আপুনি সম্পূৰ্ণৰূপে সতেজ অনুভৱ কৰিব আৰু চাৰিওফালে সুপৰিৱেশে বিৰাজ কৰিব ৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লগত ভ্ৰমণত ওলাই যাওক ৷ পত্নীৰ সানিধ্য সুখ লাভ কৰিব আৰু তেওঁৰ ফালৰ পৰা শুভবাৰ্তা পাব পাৰে ৷ সকলো ফালৰ পৰা এটি সুন্দৰ দিন ৷

সিংহ ৰাশি: আজি আপোনাৰ দিনটো মধ্যমীয়া৷ চিন্তাই আপোনাক বেৰি ধৰিব৷ যিয়ে আপোনাৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱিত কৰিব৷ আপোনাৰ তলত কাম কৰা কাকো কটু কথা নুশুনাব ৷ ভুল বুজাবুজি দূৰ কৰক ৷ আদালতত চলি থকা কামত পলম হ’ব ৷ বিদেশৰ পৰা অহা ভাল খবৰে আপোনাৰ দিন ভাললৈ আনিব ৷

কন্যা ৰাশি: এই দিনকেইটা কন্যা সকলৰ বাবে পৰিয়াল আৰু বন্ধুৰ লগত কটোৱাৰ বাবে উপযুক্ত সময় ৷ সামাজিকভাৱে আপুনি সন্মান আৰু নাম লাভ কৰিব ৷ ধন বৃদ্ধি হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে ভাল সময় ৷ ব্যৱসায়ত প্ৰচুৰ লাভৰ যোগ আছে ৷ আপোনাৰ সংগীৰ লগত ভাল সময় কটাব পাৰিব আৰু দুয়ো অতি শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব পাৰে ৷

তুলা ৰাশি: গণেশৰ কৃপাত আপোনাৰ দিন মিশ্ৰ ফলদায়ক ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত পৰিবেশ আপোনাৰ বাবে অনুকুল হ’ব ৷ আপোনাৰ কৰ্মদক্ষতাত আপোনাৰ জ্যেষ্ঠসকল সুখী হ’ব , আৰু আপোনাৰ পদোন্নতি হ’ব পাৰে ৷ চৰকাৰী আৰু আইনী কামত সফলতা লাভ কৰিব ৷ আপোনাৰ চাৰিওদিশে চকু দিয়ক, আপোনাৰ পৰিয়ালৰ কোনো লোক আপোনাৰ বাবে লাভজনক হ’ব পাৰে ৷ বিশেষকৈ আপোনাৰ মাতৃ আপোনাৰ বাবে শুভ ফলদায়ক প্ৰমাণিত হ’ব ৷

বৃশ্চিক ৰাশি: আজি আপুনি শাৰিৰীকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ সাময়িকভাৱে আপোনাৰ ব্যৱসায়ত কিছু লোকচান ভৰিব পাৰে যি আপোনাক অসহ্যকৰ কৰি তুলিব ৷ গতিকে অলপ সাৱধানে থাকক, কাৰণ আপোনাৰ বন্ধু আৰু জ্যেষ্ঠসকলৰ লগত কাজিয়াৰ সূত্ৰপাত ঘটিব পাৰে ৷ আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক আৰু তেওঁলোকক লগত সময় কটাওক ৷ এইকেইদিন আপোনাৰ অলপ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ আজি কোনো গুৰূত্বপূৰ্ণ সীদ্ধান্ত গ্ৰহণৰ পৰা আঁতৰি থাকক ৷ আপুনি কোনো ৰাজনৈতিক সংকটত পৰিব পাৰে ৷ সেয়া যিকি নহওক শান্ত হৈ থাকক বিপদবোৰ লাহে লাহে নিজে নিজে আঁতৰি যাব ৷

ধনু ৰাশি: এটা মধ্যমীয়া দিন, আপোনাৰ দুখে মনতো পৰিচালিত কৰা বাবে আপোনাৰ কামত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ আপোনাৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে সেয়ে নতুন কাম আৰম্ভ কৰাৰ পৰা আঁতৰি থাকক ৷ আপোনাৰ বেয়া মন আৰু তিতা মাত কথাই আপোনালৈ বিপদ মাতি আনিব ৷ বে-আইনী কামৰ পৰা নিজকে আঁতৰাই ৰাখক যিয়ে আপোনাৰ সন্মান হানি কৰিব পাৰে ৷ বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক কাৰণ এই অভ্যাসে আপোনাৰ শৰীৰ আৰু টকাৰ হানি কৰিব পাৰে ৷

মকৰ ৰাশি: এটা সৌভাগ্যশালী দিন ! আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু আপুনি কৰা সকলো কাম সফলতাৰ দিশে আগবাঢ়িব ৷ আপুনি সকলোৰে বিশ্বাসযোগ্য হৈ পৰিব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ একে সময়তে ব্যৱসায় আৰু সামাজিক জীৱনত ময্যদাৰ পাত্ৰ হ’ব ৷ কলাৰ সৈতে জড়িত সকলৰ ভালদৰে সময় পাৰ হ’ব আৰু আপুনি ভালপোৱা কামৰ লগত জড়িত হৈ আনন্দিত হ’ব ৷ শৰীৰ ভালদৰে পাব হ’ব ৷ এই সকলোবোৰ আপোনাৰ দিন ভাল কৰাত সহায়ক হ’ব ৷

কুম্ভ ৰাশি: গণেশৰ কৃপাত আপুনি কামত সফলতা আৰু নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ আপুনি মানসিকভাৱে নিজে নিজকে সলনি হোৱা যেন অনুভৱ কৰিব ৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব আৰু এই কথাই আপোনাৰ কামত ভাল ফল লাভত সহায়ক হ’ব ৷ পৰিয়ালৰ লগত সময় কটোৱা আৰু আনন্দ কৰোঁতে সময় পাৰ হ’ব ৷

মীন ৰাশি: আপোনাৰ কৰ্মদক্ষতাই আপোনাক প্ৰতিষ্ঠা লাভত সহায় কৰিব আৰু আপুনি আপোনাৰ ভিতৰত লুকাই থকা সুপ্ত প্ৰতিভাৰ পৰিচয় লাভ কৰিব৷ আগবাঢ়ক আৰু কলাসুলভ কাম যেনে লিখা-মেলা কামত মন দিয়ক, সফল হ’ব ৷ প্ৰিয়জনক প্ৰেম নিবেদনৰ বাবে উত্তম সময় ৷ সংগীৰ লগত সময় কটাওক, যোৱা সময় আৰু ঘূৰি নাহে ৷ ছাত্ৰ-ছাত্ৰীসকলে ধীৰে ধীৰে তেওঁলোকৰ সফলতাৰ দিশত আগবাঢ়িব পাৰিব ৷ যিকি নহওক এই কেইদিন অলপ পানীৰ পৰা আঁতৰি থাকক ৷ খঙৰ ওপৰত কাবু ৰাখক অন্যথা আপোনাৰ সকলো সফলতাত বাধাৰ সৃষ্টি হ’ব ৷

লগতে পঢ়ক: এই সপ্তাহত ব্যয় নিয়ন্ত্ৰণ নকৰিলে আৰ্থিক দিশত বাধাৰ সন্মুখীন হ’ব পাৰে... ধন লেনদেনৰ ক্ষেত্ৰতো হওক সাৱধান...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.