ETV Bharat / bharat

দিনটো সমৃদ্ধিশালী হ’ব যদিহে আপুনি কৰে কিছু বিশেষ কাম; কি কয় জ্যোতিষ শাস্ত্ৰই... - Daily horoscope for 14th September

author img

By ETV Bharat Features Team

Published : Sep 14, 2024, 12:03 AM IST

Know your day : আজি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে নেকি ? নে ভ্ৰমণৰ বাবে আপুনি মন মেলিছে ? যদিহে সকলো সুকলমে হোৱাটো বিচাৰিছে, তেন্তে এতিয়াই জানি লওক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Know your day
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল... (ETV Bharat)

মেষ ৰাশি : কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিব । প্ৰকল্পৰ কাৰণে চৰকাৰী কোনো সাহায্য লাভৰ সম্ভাৱনা । কামৰ কাৰণে ভ্ৰমণত যাব পাৰে । ঘৰৰ পৰিৱেশ আনন্দমুখৰ । কামৰ বোজা বৃদ্ধি । মাতৃৰ স্বাস্থ্য উন্নত ।

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ মিশ্ৰ ফল লাভ । ব্যৱসায়ৰ বিভিন্ন উদ্যোগত বিনিয়োগ কৰি নতুন কাম আৰম্ভ কৰিব পাৰে । ভৱিষ্যতৰ পৰিকল্পনাও কৰিব পাৰে । বিদেশ ভ্ৰমণৰ যোগ ৷ ধৰ্মীয় স্থান ভ্ৰমণৰ যোগ ৷ আধ্যাত্মিকতা বৃদ্ধি । স্বাস্থ্যৰ যতন ল’ব । কামৰ বোজা বৃদ্ধি ।

মিথুন ৰাশি : দিনটো বিশেষ শুভ নহয় ৷ সতৰ্ক থাকক । স্বাস্থ্যৰ অনুন্নত ৷ পৰাপক্ষত অস্ত্ৰোপ্ৰচাৰ কৰাৰ পৰা বিৰত থাকক ৷ শাৰীৰিকৰ লগতে মানসিকভাৱেও হতাশ হৈ থাকিব পাৰে । বিবাদ এৰাই চলক ৷ অধিক ব্যয় হ’ব পাৰে ৷ আৰাধ্য দেৱতাৰ পূজা কৰক, মানসিক শান্তি লাভ কৰিব ৷

ককৰ্ট ৰাশি : দিনটো মধ্যমীয়া ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে দিনটো কটাব পাৰে । কৰ্মক্ষেত্ৰত আৰ্থিক লাভ । ভ্ৰমণৰ যোগ ৷ সামাজত সন্মান বৃদ্ধি ।

সিংহ ৰাশি : দিনটো কিছু কঠিনতাৰ মাজেৰে পাৰ হ’ব ৷ বিভিন্ন কাৰণত মনটো বেয়া লাগিব পাৰে । কামত বাধা আহিব পাৰে । কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায় নাপাব পাৰে ৷ ঊৰ্ধ্বতনসকলৰ সৈতে কথা পতাৰ সময়ত সতৰ্কতা অৱলম্বন কৰক ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ভাল ফল নাপাবও পাৰে ৷

কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ শিক্ষাৰ্থীৰ বাবে দিনটো কঠিন । সন্তানক লৈ চিন্তা হ’ব পাৰে ৷ শ্বেয়াৰ বজাৰৰ বাতৰিয়ে হতাশ কৰিব পাৰে । মানসিক অশান্তি হ’ব পাৰে । বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ।

তুলা ৰাশি : এলেহুৱা আৰু উদ্বেগ অনুভৱ কৰিব । মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে ৷ সম্পত্তি সম্বন্ধীয় নথি-পত্ৰক লৈ সতৰ্ক থাকিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।

বৃশ্চিক ৰাশি : দিনটো ফলদায়ক । আৰ্থিকভাৱে লাভবান হ’ব পাৰে । স্ত্ৰীভাগ্য অনুকূল । প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে দিনটো শুভ । ভ্ৰমণৰ যোগ ৷ মানসিক স্বাস্থ্য উন্নত ৷

ধনু ৰাশি : বিভ্ৰান্ত হৈ থাকিব । ঘৰুৱা পৰিৱেশ প্ৰতিকূল । কিছু চিন্তিত হৈ থাকিব পাৰে ৷ পৰাপক্ষত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব । কাৰ্যালয়ৰ লগতে ঘৰুৱা কামৰ হেঁচা বৃদ্ধি ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ কষ্টৰ ফলত লাভ ৷ সন্মান বৃদ্ধি ৷ পদোন্নতিৰ যোগ ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ বৈবাহিক সম্বন্ধীয় কামৰ বাবে ভাল সময় ৷ প্ৰিয় বন্ধুক লগ পাব ৷ বজাৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ ধাৰ লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা আঁতৰত থাকক ৷ আপোনজনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যতন লওক ৷

মীন ৰাশি : হঠাতে আৰ্থিক লাভৰ যোগ ৷ সন্তানক লৈ সু-সংবাদ পাব পাৰে । শৈশৱৰ বন্ধুক লগ পাব পাৰে ৷ নতুন মানুহৰ সৈতে বন্ধুত্ব হ’ব পাৰে ৷ সামাজিক অনুষ্ঠানলৈ যাব পাৰে ৷ সুখকৰ ভ্ৰমণৰ যোগ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.