ETV Bharat / bharat

গ্ৰহৰ অৱস্থানৰ ফলত আজি বহুকেইটা ৰাশিয়ে আৰ্থিক দিশত লাভ তথা লোকচানৰ সন্মুখীন হ’ব পাৰে...চাওক কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 2nd August

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 12:32 AM IST

Daily Horoscope : আজি মিথুন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 2nd August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া ৷ আপোনাৰ পৰিকল্পনাসমূহক বাস্তৱায়িত কৰাৰ বাবে আৰু নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ৷ তথাপি খৰখেদাকৈ সিদ্ধান্ত লৈ নিজৰ চিন্তাধাৰাৰ প্ৰক্ৰিয়াক জটিল কৰি নুতুলিব ৷ মহিলাসকলে নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক আৰু মুখত লেকাম টানি ৰাখক ৷ ভ্ৰমণ বা ক’ৰবাত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ আজি অনুকূল নহয় ৷ আজি আপোনাৰ হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে ৷ আপুনি যদি ইয়াক হেৰুৱাব নিবিচাৰে তেতিয়া হ’লে নিজৰ কামত মনোযোগ দিয়ক আৰু নিজৰ চিন্তাধাৰাক স্পষ্ট ৰাখক ৷ আজি কোনো নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷ সহকৰ্মী, বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধীৰ-স্থিৰ হৈ কথা পাতক, কথা কোৱাৰ সময়ত আৰু কোনো নতুন কাম কৰাৰ সময়ত বিবেচকৰ দৰে কথা পাতক আৰু কাম কৰক ৷ নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ ভাই-ভনীৰ সৈতে সম্পৰ্ক ভালে থাকিব ৷

মিথুন ৰাশি: মানুহৰ সৈতে মিলামিচাৰ বাবে আৰু প্ৰিয়জন তথা বন্ধুৰ সৈতে হাঁহি-ফুৰ্তি কৰাৰ বাবে দিনটো ভাল ৷ গতিকে বন্ধুসকলক নিজৰ ঘৰত নৈশভোজ কৰিবলৈ নিমন্ত্ৰণ জনাওঁক, তেওঁলোকৰ সৈতে ক’ৰবাত ফুৰিবলৈ যাওঁক ৷ আৰ্থিক দিশতো আপুনি বিভিন্ন দিশত লাভবান হ’ব ৷ কিন্তু অধিক ব্যয় নকৰিব ৷ নিজৰ ব্যয়ক নিয়ন্ত্ৰণত ৰাখক আৰু ভাবি চিন্তি খৰচ কৰক ৷ নেতিবাচক মনোভাৱক দূৰ কৰি ৰাখক ৷ বন্ধু বা প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে ৷

কৰ্কট ৰাশি: আজি কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে শান্ত হৈ থাকক, অন্যথা মানসিক অস্থিৰতাই আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে ৷ আজিৰ গ্ৰহৰ অৱস্থানৰ ফলত আপুনি উদ্বিগ্ন আৰু অস্থিৰ হৈ পৰিব পাৰে ৷ যাৰ ফলত আপুনি হতাশাগ্ৰস্ত হৈ পৰিব ৷ তিলক তাল কৰি তুলিলে লাভ একোৱে নহ’ব ৷ যিমান দূৰ সম্ভৱ তৰ্ক-বিতৰ্ক, কাজিয়া-বিবাদৰপৰা নিজকে আঁতৰত থাকক ৷ আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে আৰু আপুনি অসুস্থও হ’ব পাৰে ৷ গতিকে ভাবিচিন্তি খোৱা-লোৱা কৰক আৰু খৰচ কৰক ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে মধ্যমীয়া এটা দিন ৷ আপুনি আজি সজাগ হৈ থাকিব লাগিব ৷ নতুন প্ৰকল্প বা কাম আজি আৰম্ভ নকৰিব, কাৰণ আজিৰ দিনটো ফলদায়ক নহয় ৷ ভ্ৰমণলৈ যাব পাৰে ৷ ব্যৱসায়ত শুভ ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: আজিৰ দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সুফলদায়ক ৷ আপুনি যদি আজি কোনো নতুন প্ৰকল্প হাতত ল’ব খুজিছে, তেতিয়া হ’লে প্ৰথমতে তাকেই কৰক ৷ কাৰণ আজিৰ দিনটো আপোনাৰ জীৱিকাৰ বাবে অনুকূল আৰু অধিক উন্নতিৰ আশা কৰিব পাৰে ৷ লগতে আপুনি আজি পদোন্নতি লাভৰ আশাও কৰিব পাৰে আৰু কৰ্মক্ষেত্ৰত নিজৰ কামৰ বাবে প্ৰশংসাও পাব পাৰে ৷ আজি আপুনি চৰকাৰী লাভ আৰু সুযোগ-সুবিধা পাব পাৰে ৷

তুলা ৰাশি: বৌদ্ধিক কাৰ্য-কলাপত জড়িত হ’ব আজি আপুনি সাহিত্যৰচনা আৰু চিত্ৰাংকণৰ দৰে সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে, পৰিকল্পনাক বাস্তৱায়িত কৰাৰ কাৰণে আজিৰ দিনটো ভাল ৷ কৰ্মক্ষেত্ৰত আপুনি ঊৰ্ধ্বতন সকলৰ পৰা উদগণি আৰু সহযোগিতা পাব ৷ আপুনি অধিক ভাল কাম কৰাৰ বাবে অনুপ্ৰাণিত হ’ব ৷ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো লাভ কঢ়িয়াই আনিব ৷ স্বাস্থ্যৰ প্ৰতি অৱশ্যে লক্ষ্য ৰাখিব লাগিব, স্বাস্থ্যকৰ খাদ্য ভোজন কৰক ৷ আপোনাৰ চাৰিওফালে থকা লোকৰ সৈতে অনাৱশ্যক তৰ্কত আৰু উত্তপ্ত বিতৰ্কত লিপ্ত নহ’ব ৷ তীৰ্থযাত্ৰা হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ প্ৰতি সদয় নহয় ৷ প্ৰত্যেক পদক্ষেপত আপুনি আজি সজাগ হৈ থাকিব লাগিব ৷ আজি কোনো নতুন প্ৰকল্পৰ কাম আৰম্ভ নকৰিব, কিয়নো ইয়াৰ ফলত প্ৰচণ্ড খেলি-মেলি হ’ব পাৰে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ যি কোনো ধৰণৰ অনৈতিক বা বেআইনী কাৰ্য-কলাপৰ পৰা দূৰত থাকক ৷ অচিনাকী মানুহৰ সৈতে আলাপ-আলোচনা কৰা বা নতুন যোগাযোগ গঢ়ি তোলাৰ কথা ভবাটো আজি ঠিক নহ’ব ৷ আজি যদি আপুনি যোগ বা ধ্যান কৰে, তেতিয়া হ’লে সেইটোৱে আটাইতকৈ ভাল কাম হ’ব ৷ ই আপোনাক শান্তি দিব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়িক অংশীদাৰসকলৰ দ্বাৰা লাভবান হ’ব ৷ আজিৰ দিনটো আপোনাৰ আনন্দৰ সৈতে পাৰ হ’ব ৷ প্ৰচুৰ মনোৰঞ্জন আৰু আনন্দ-ফুৰ্তিৰ যোগ আছে ৷ আজিৰ গ্ৰহৰ অৱস্থানে আপোনাৰ সৃজনশীলতাক অধিক পৰিমাণে জগাই তুলিব, গতিকে আজি কিবা শিল্পসৃষ্টিৰ বাবে নিজৰ কল্পনাশক্তিক কামত লগাই দিয়ক ৷ সন্মান অৰ্জন কৰিব ৷

মকৰ ৰাশি: এখন ছবিয়ে হাজাৰটা কথা কয় ৷ আপোনাৰ আজিৰ দিনটো ঠিক একেই এখন ছবিৰ দৰে নিখুঁত ৷ ব্যৱসায়ী, বৃত্তিধাৰী, গৃহবধু আৰু শিক্ষকসকলে আজি অনুভৱ কৰিব যে, জীৱনটো কেতিয়াবা কেতিয়াবা কিমান যে আৰামদায়ক হৈ উঠে ৷ আৰ্থিক ক্ষেত্ৰতেই হওক বা সাংসাৰিক জীৱনতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে আপোনাৰ দিনটো আজি নিমজকৈ আগবাঢ়ি যাব ৷ আমোলাতান্ত্ৰিক আৰু চৰকাৰী বিষয়াসকলে কিছু বাধা-বিপত্তিৰ সৃষ্টি কৰিলেও সেইবোৰ সহজতে পাৰ কৰি যাব পাৰিব ৷ একো চিন্তা নকৰিব, আপোনাৰ স্বাস্থ্যও ভালে থাকিব ৷

কুম্ভ ৰাশি: গ্ৰহৰ অৱস্থানে আজি আপোনাক সমস্যাত পেলাব পাৰে ৷ নতুন প্ৰকল্পৰ কামত হাত নল’ব, ভ্ৰমণ এৰাই চলক ৷ মহিলাসকলে আজি সকলো সময়ত শান্ত হৈ থাকক ৷ আজি আপোনাৰ বাবে ভাল দিন এই বাবে যে, আপুনি নিজৰ সৃজনশীল প্ৰতিভাক কামত লগাই সুন্দৰ এটা শিল্প গঢ়ি তুলিব পাৰিব ৷ আপুনি আজি বৌদ্ধিক আলোচনা আৰু কাৰ্য-কলাপত যুক্ত হ’ব পাৰে আৰু বৌদ্ধিকতাৰ মাত্ৰা বৃদ্ধিও পাব পাৰে ৷ অকস্মাৎ ব্যয়ৰ যোগ আছে ৷

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বহুত সমস্যাই অপেক্ষা কৰি আছে ৷ আপোনাৰ স্বাস্থ্য আৰু সম্পদৰ চৰম ক্ষতি হ’ব পাৰে, গতিকে আজিৰ দিনটো যিমান পাৰে শান্ত হৈ কটাবলৈ চেষ্টা কৰক ৷ নাৰীৰ সৈতে কথা পতাৰ সময়ত নিজৰ মুখত লেকাম টানি ৰাখিব ৷ তেওঁলোকৰ সৈতে বেয়াকৈ কোনো কথা ক’লে বিপদত পৰিব পাৰে ৷ চাকৰিয়ালসকলৰ কাৰণে দিনটো দুশ্চিন্তা আৰু সমস্যাৰে ভৰা ৷ সম্পত্তি আৰু বাহন সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হ’ব লাগিব আপুনি ৷

লগতে পঢ়ক: বহু জাতক-জাতিকাৰ জীৱনলৈ পৰিৱৰ্তন আহিব এই সপ্তাহত : প্ৰেম বিবাহৰ যোগ; জানক আপোনাৰ বিষয়ে - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.