ETV Bharat / bharat

এই ৰাশিৰ লোকৰ বাবে সৌভাগ্যশালী হ’ব আজিৰ দিনটো...হ’ব অপ্ৰত্যাশিত ধন লাভ...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 1st September

author img

By ETV Bharat Features Team

Published : Sep 1, 2024, 12:17 AM IST

Daily Horoscope: আজি ৰাশি সলনি কৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 1st September 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি: আপুনি লুকুৱাই ৰখা দুখ বোৰে আজি আপোনাক অসুবিধাত পেলাব পাৰে ৷ নিজৰ যত্ন লওক, মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ পিতৃ মাতৃৰ শৰীৰৰ বাবে চিন্তাত পৰিব পাৰে ৷ বাহন লাহে লাহে চলাব আৰু পানীৰ পৰা অলপ আঁতৰত থাকিব ৷ আপোনাৰ কামত সফলতা পোৱাৰ উপযুক্ত সময় ৷

বৃষ ৰাশি: আজি সম্পূৰ্ণ দিনটো আপুনি বহুত সহজ বা পাতল অনুভৱ কৰিব, আপোনাৰ এনে ভাব আহিব যেন আপোনাৰ আশাবোৰ আজিয়েই পূৰণ হ’ব ৷ প্ৰেমৰ জীৱন সুখৰ হ’ব ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক মজবুত হ’ব ৷ আজি আপুনি পৰিয়ালৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে৷ আপোনাৰ মাতৃৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে ৷

মিথুন ৰাশি: এটা অতি গতানুগতিক আৰু গতিহীন দিন ৷ সেয়েহে আপোনাৰ কাম শেষ হওঁতে পলম হ’ব ৷ কামৰ ফল লাভতো পলম হোৱাৰ সম্ভাৱনা আছে ৷ ধনৰ দিশটো ভাল ফল লাভৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মী শুভেচ্ছা আৰু সহযোগিতা লাভ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনক লগ কৰিবলৈ যাব পাৰে ৷

কৰ্কট ৰাশি: গণেশৰ কৃপাত এটা সৌভাগ্যপূৰ্ণ দিন ৷ ঘৰুৱা আৰু আন ক্ষেত্ৰত আপুনি কৰা কষ্টৰ ফল লাভ কৰিব৷ নিজৰ ওপৰত বিশ্বাসেৰে আপুনি আপোনাৰ কামত উন্নতি লাভ কৰিব৷ বন্ধু আৰু প্ৰিয়জনৰ লগত সময় কটাব পাৰে৷ ভ্ৰমণৰ পৰিকল্পনা সফল হ’ব ৷ আপোনাৰ সামাজিক আৰু কাব্যিক প্ৰতিভা আজি বিকাশ হ’ব ৷ কবিতা লিখা আৰম্ভ কৰিছেনে ? সুন্দৰ খাদ্য উপভোগ কৰক ৷ ধনৰ দিশত ভাল ফলদায়ক দিন ৷

সিংহ ৰাশি: আজি দিনটোৱে আপোনাক দুখী কৰি তুলিব ৷ আপোনাৰ দুখৰ ওপৰত আপোনাৰ কাবু হেৰাই যাব ৷ মানুহৰ কথাত বেছি মন নিদিব ৷ অধিক তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব, কিন্তু তাৰ বাবে আপুনি কাকো দোষাৰূপ কৰিব নোৱাৰিব ৷ কিয়নো আপোনাৰ কামৰ বাবে আপুনিয়েই উত্তৰদায়ী ৷ ধ্যান আৰু উশাহৰ ব্যায়াম কৰি মনক শান্ত কৰিব পাৰিব ৷

কন্যা ৰাশি: অতি শুভ দিন ৷ আজি আপুনি আপোনাৰ প্ৰিয়জনক প্ৰেম নিবেদন কৰিব পাৰে আৰু সফলতা পাব ৷ বিভিন্ন কামত সফলতা পাব, গতিকে অসাধাৰণ কামত পিচহুহকি নৰব ৷ পৰিয়াল বা বন্ধুৰ লগত ভ্ৰমনৰ আনন্দ ল’ব পাৰিব ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷ মহিলা বন্ধুসকল আপোনাৰ বাবে লাভজনক হ’ব ৷ সুখী থাকক আৰু দিনটো উপভোগ কৰক ৷

তুলা ৰাশি: এটা সৌভাগ্যশালী দিন বুলিব পাৰি ৷ আপোনাৰ বাবে দিনটো সহজ হ’ব ,একো কামতে বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই৷ প্ৰিয়জনৰ লগত আলোচনাত সুফল পাব ৷ কৰ্মক্ষেত্ৰত বচৰ লগত হোৱা কথোপকথনে কোম্পানীৰ উন্নতিত সহায় কৰিব ৷ মাতৃৰ ফালৰ পৰা লাভৰ মুখ দেখিব ৷ তেওঁৰ লগত দীঘলীয়া আলোচনা কৰক ৷ চৰকাৰী কামত ভালফল লাভ কৰিব ৷

বৃশ্চিক ৰাশি: আপোনাৰ দিনটো মধ্যমীয়া ৷ আজি আপুনি এলাহ আৰু মনোযোগিতাৰ অভাৱ অনুভব কৰিব ৷ ব্যৱসায়ৰ সকলো কামত আৰু মানুহৰ লগত এই বিষয়ৰ আলোচনাত বিশেষ সাৱধান হ’ব লাগিব ৷ সন্তানৰ লগত কৰা তৰ্কই আপোনাক চিন্তিত কৰিব, সিদ্ধান্ত গ্ৰহণত পলম হ’ব ৷ নভবাকে কৰা ভ্ৰমনে আপোনাক শান্তি দিব ৷

ধনু ৰাশি: আজি আপোনৰ মনত দুখ আৰু অশান্তিয়ে বিৰাজ কৰিব ৷ কোনো গুৰুত্বপূৰ্ণ কাম কৰিবৰ বাবে এয়া সঠিক সময় নহয় ৷ চিকিৎসাৰ ক্ষেত্ৰত কৰিবলগীয়া কাম কিছুদিনৰৰ বাবে পিচুৱাই দিয়ক ৷ খৰচ বাঢ়িব৷ প্ৰাৰ্থনা আৰু ধ্যান কৰি মনক শান্ত কৰক ৷

মকৰ ৰাশি: এটা সৌভাগ্যশালী দিন বুলিব পাৰি ৷ ধনাগমন আৰু ধন জমা কৰাৰ বাবে উত্তম সময় ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু জমা, আৰু ব্যৱসায়ৰ ফালৰ পৰা ধনৰ আগমন হ’ব আৰু এইবোৰে আপোনাক আনন্দিত কৰিব ৷ আপুনি সঠিক সময়ত ধন জমা ৰখাৰ ফলৰ কথা বুজিব পাৰিব ৷ নতুন কোনো ধৰনৰ চিন্তাৰ কাৰণ সদ্যহতে দেখা নাযায় ৷ ভ্ৰমণ শুভ হ’ব !

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে এটা সুন্দৰ দিন ৷ আপোনাৰ কৃতকাৰ্যতাত আপুনি নিজে সুখী হ’ব ৷ কামত উন্নতিয়ে আপোনাৰ সহকৰ্মীসকলৰ ওচৰত আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ ঘৰুৱা পৰিবেশটো ভাল ফল পাব পাৰে, য’ত আপুনি হাঁহি ফূৰ্তিত সময় কটাব পাৰিব ৷ শৰীৰ ভালে থাকিব ৷ সকলো দিশ আৰামদায়ক যেন অনুভৱ হ’ব ৷ সকলো ক্ষেত্ৰতে আনন্দৰ লাভ কৰিব ৷

মীন ৰাশি: আজি এনে এটা দিন য’ত আপোনাৰ কলাসন্মত কাম আৰু জ্ঞানমূলক কাৰ্যই নতুন দিশ লাভ কৰিব৷ আজি কিছুমান কাম আপুনি অনুমান নকৰাকে হ’ব, যেনে ধৰক কবিতা লিখা বা বাতৰি কাকতত কলম লিখা আদি ৷ আপোনাৰ প্ৰতিভাই সকলোৰে আগত সমাদৰ লাভ কৰিব৷ আপোনাৰ প্ৰিয়জনো আপোনাৰ কামত প্ৰভাৱিত হ’ব যিয়ে আপোনাক সুখী কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া শুনাৰ বাবে ভাল সময় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.