ETV Bharat / bharat

ধনু ৰাশিক প্ৰয়োজন আত্মসংযমৰ...বৈবাহিক জীৱন সুখৰ হ’ব...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 14th August

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 12:03 AM IST

Daily Horoscope: আজি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 14th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: এই দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰিত প্ৰভাৱ পেলাব ৷ আপোনাৰ কোৱা কথাৰ ওপৰত চকু ৰাখক আৰু খঙক দমন কৰক ৷ মন দিয়ক যাতে অযথা কথাত সময় নষ্ট নকৰে ৷ ভ্ৰমণ অলপ দিনৰ বাবে নকৰাই ভাল ৷ আজি আপুনি সম্পূৰ্ণৰূপে ভাগৰুৱা অনুভৱ কৰিব ৷ এই সমস্যা কিছুদিনৰ বাবে এনেদৰে চলি থাকিব ৷ নতুন কাম হাতত ল’বলৈ অলপ দিন ৰৈ দিয়ক ৷

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন ৷ ভাগ্যৰ লগত যুঁজি জয়লাভ কৰিব ৷ দূৰৰ পৰা বন্ধু বা সন্তানৰ ভাল খবৰ আহিব ৷ পাৰিবাৰিক ক্ষেত্ৰত সকলো ফালৰ পৰা সুন্দৰ হ’ব ৷ আপুনি আপোনাৰ সংগীৰ লগত সুন্দৰ মুহূৰ্ত উপভোগ কৰিব ৷ সামাজিক জীৱন সুন্দৰ হ’ব ৷ আৰ্থিক দিশত গুৰুত্ব দিয়াৰ প্ৰয়োজন ৷

মিথুন ৰাশি: দিনটো শুভ ৷ ঘৰুৱা জীৱনো সুখৰ হ’ব ৷ আপোনৰ ঘৰত আজি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব ৷ আপোনাৰ প্ৰতিদন্দ্বীৰ লগত যুঁজি নিজৰ সন্মান ঘূৰাই পাব ৷ ধনৰ আগমন হ’ব কিন্তু তাৰ লগে লগে খৰচৰ মাত্ৰা বাঢ়িব ৷ অৱশ্যে জৰুৰী বস্তুতহে খৰচ হ’ব ৷ আপোনাৰ সুখী হৈ থাকিব আৰু শৰীৰেও আপোনাৰ লগ দিব ৷

কৰ্কট ৰাশি: আপুনি আজি বৰ ভাগৰুৱা অনুভৱ কৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব ৷ আপোনাৰ সংযম হেৰাই যাব আৰু প্ৰিয় সংগীৰ লগতে দন্দ্বত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ আপুনি সৰু-সুৰা ৰোগত ভুগিব পাৰে, যেনে- মূৰৰ বিষ বা পেট জ্বলা-পোৰা আদিৰ সমস্যাত ভুগিব পাৰে ৷ শৰীৰৰ যত্ন লওক, বাহিৰত খাদ্য খোৱা বন্ধ কৰক ৷ খৰচৰ মাত্ৰা বাঢ়িব আৰু ভ্ৰমণ খুব বেছি সুখৰ নহ’বও পাৰে ৷ কৰ্মক্ষেত্ৰত বিপদজনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে, গতিকে অলপ সাৱধানে থাকক ৷

সিংহ ৰাশি: দিন বৰ ভাল নহয় কিন্তু চিন্তা নকৰিব, অতি সোনকালে সকলোৰে সমাধান আপুনি পাব ৷ ঘৰুৱা পৰিৱেশে আপোনাক চিন্তাত পেলাব ৷ আনকি আপোনাক কোনোবাই অপমান কৰিবও পাৰে ৷ কাৰ্যক্ষেত্ৰত বিপদত পেলাব পাৰে, যিয়ে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব ৷ আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ মাতৃৰ শৰীৰক লৈও চিন্তাত পৰিব পাৰে ৷ বিপৰীতমুখী চিন্তা চৰ্চাৰ পৰা আঁতৰি থাকক আৰু পানী আৰু মহিলাৰ পৰা আঁতৰি থাকক ৷

কন্যা ৰাশি: দিনটো শুভ ৷ নভবা-নিচিন্তাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ চমুকৈ ক’বলৈ গ’লে সকলো কথা দুবাৰ ভাৱক ৷ ঘৰুৱা পৰিৱেশ আৰু আপোনাৰ ভাতৃ-ভগ্নীৰ লগত বা আপোনাৰ প্ৰিয় সংগীৰ লগত ভাল সময় কটাব পাৰিব আৰু তেওঁলোকৰ লগত সুন্দৰ আবেলি উপভোগ কৰিব পাৰিব ৷ আপোনাৰ প্ৰতিদন্দ্বীসকল আপোনাৰ লগত পৰাজিত হ’ব আৰু আপুনি বিজয়ী হ’ব ৷ মানসিক চিন্তা বৃদ্ধি পাব পাৰে ৷

তুলা ৰাশি: গণেশৰ মতে, আপোনাৰ দিনটো আজি মধ্যমীয়া ৷ গতিকে ধৈৰ্য ধৰক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক ৷ মানুহৰ লগত ভাল ব্যৱহাৰ কৰক ৷ কোনো বিশেষ সিদ্ধান্ত এতিয়াই গ্ৰহণ নকৰিব, অলপ সময় লওক ৷ নতুন একো এতিয়াই আৰম্ভ নকৰাই মংগল ৷ ভ্ৰমণ অলপ দিনৰ বাবে পিছুৱাই দিয়ক ৷ আপোনাৰ ভালপোৱা ব্যক্তিৰ লগত বাদ-বিবাদত লিপ্ত নোহোৱাই ভাল, তেওঁৰ লগত ভাল ব্যৱহাৰ কৰক ৷

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত এটা সহজ দিন ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্থিতি ভাল অৱস্থাত থাকিব ৷ ঘৰত বন্ধুত্বপূৰ্ণ আৰু সুন্দৰ জীৱন কটাব পাৰিব ৷ বন্ধুৰ লগটো ভালদৰে সময় কটাব পাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ উন্নত হ’ব ৷ আপোনাৰ চাৰিওফালৰ লোকৰ পৰা আনন্দ পাব আৰু বন্ধু বা প্ৰেমিক/প্ৰেমিকাৰ পৰা উপহাৰ লাভ কৰিব ৷ বিবাহিতসকলে বৈবাহিক সুখ লাভ কৰিব আৰু অবিবাহিত প্ৰেমিক যুগলৰ মাজতো প্ৰেম বৃদ্ধি পাব ৷

ধনু ৰাশি: দিনটো বৰ সুন্দৰ নহয় ৷ আপুনি কামৰ ক্ষেত্ৰত বিশেষ অসুবিধা পাব ৷ আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধিয়ে আপোনাক চিন্তাত পেলাব ৷ শান্ত থাকক আৰু ধৈৰ্য ধৰি বিপদৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰক ৷ ঘৰুৱা পৰিৱেশত অশান্তিৰ সৃষ্টি হ’ব পাৰে, আপুনি প্ৰিয় ব্যক্তিসকলৰ পৰা আঘাত পাব পাৰে ৷ আজি আপুনি নিজৰ ওপৰত সংযম ৰখা উচিত ৷ আইনী কাগজত চহী কৰাৰ আগতে দুবাৰ চিন্তা কৰক ৷

মকৰ ৰাশি: সামাজিক কাম, উদাৰতা আৰু উন্নয়নমূলক কামে আপোনাক উজলাই তুলিব ৷ এই দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকৰ লগত হঠাৎ লগ হ’ব পাৰিব আৰু এই সময় লাভজনক হ’ব ৷ বৈবাহিক জীৱন সুখৰ হ’ব আৰু বিবাহপ্ৰাৰ্থীসকলে নিজৰ জীৱনৰ বিশেষ ব্যক্তিগৰাকীক লগ পাব পাৰে ৷ আপোনাৰো সন্তানৰ কৃতিত্বত সন্তুষ্ট হ’ব আৰু আপুনি কৰা সকলো কামত আপুনি সফল হ’ব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ সময়ৰ কাম সময়ত শেষ কৰিব পাৰিব ৷ ঘৰুৱা জীৱনত সকলো শুভ হ’ব ৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে দিনটো ভালদৰে পাৰ হ’ব ৷ সহযোগী সকলৰ পৰা কোনো সুফল লাভ কৰিব ৷ জ্যেষ্ঠজনৰ আৰ্শীৰ্বাদ আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ মানসিকভাৱে শান্তি আৰু পাৰিবাৰিকভাৱে সুন্দৰভাৱে দিনটো ভালদৰে পাৰ হ’ব ৷ আপোনাৰ বিচৰাখিনি আপুনি লাভ কৰিব ৷

মীন ৰাশি: আপোনাতকৈ অধিক শক্তিশালী লোকৰ সৈতে গোলমাল নকৰিব। আজি আপুনি ভাগৰুৱা আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব । আপোনাৰ মন আজি নেতিবাচক আৰু অনাৱশ্যক চিন্তাৰে পূৰ্ণ হৈ থাকিব । প্ৰতিযোগী আৰু প্ৰতিপক্ষসকলৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে । আপোনাৰো যে মূল্য আছে সেয়া প্ৰমাণ কৰাৰ এয়াই সময় ।

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ দাম্পত্য জীৱন সুখৰ হ’ব...লাভ কৰিব কৰ্মক্ষেত্ৰত সফলতা...বৃদ্ধি হ’ব ধন-সম্পত্তি...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.