ETV Bharat / bharat

কন্যা ৰাশিয়ে ত্যাগ কৰক অহংকাৰ...কুম্ভ ৰাশিৰ আত্মবিশ্বাস বৃদ্ধি...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 10th July

Daily Horoscope: আজি ৰাশি সলনি কৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 12:52 AM IST

Daily Horoscope For 10th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে ৷ কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ ফলত পৰিয়ালক সময় দিব নোৱাৰিব ৷ বেয়া চিন্তা আৰু আচৰণৰ পৰা দূৰত থাকক ৷ অনাৱশ্যক দায়িত্ব পালন নকৰিব ৷ পেটৰ সমস্যাৰ হোৱাৰ আশংকা আছে ৷ সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়ক ৷ কৰ্মক্ষেত্ৰত সকলো কাম ফলদায়ক হ’ব ৷

বৃষ ৰাশি: আজি আপুনি উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আপুনি কষ্ট কৰা অনুসৰি কামত প্ৰত্যাশিত ফল পাব ৷ কৰ্মক্ষেত্ৰত আৰু বিত্তীয় লেনদেনত লাভ সুনিশ্চিত ৷ সন্তানৰ ক্ষেত্ৰত ব্যয়ৰ সম্ভাৱনা ৷ শিল্পী আৰু খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব ৷

মিথুন ৰাশি: আজি কোনো কাম বা প্ৰকল্প হাতত ল’লে, সেয়া সফলভাৱে সম্পন্ন হ’ব ৷ কৰ্মক্ষেত্ৰত দিনটো ভালদৰে পাৰ হ’ব ৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰচুৰ উদগণি আৰু সমৰ্থন লাভ কৰিব ৷ সৰু-সুৰা ভ্ৰমণৰ যোগ আছে ৷ বন্ধু, প্ৰিয়জন বা চুবুৰীয়াৰ সৈতে কাজিয়া হ’লে তাৰ পৰিণাম আপোনাৰ অনুকূলতহে থাকিব ৷ আপোনাৰ মেজাজ আৰু চিন্তা বাৰে বাৰে সলনি হৈ থাকিব ৷ শত্ৰু আৰু প্ৰতিপক্ষসকলে সেও মানিব ৷ আৰ্থিক দিশত উত্থান-পতনৰ বাবে সাজু থাকক ৷

কৰ্কট ৰাশি: আজি আপুনি হতাশ হৈ পৰিব পাৰে ৷ নিজৰ শাৰীৰিক আৰু মানসিক দুৰ্বলতা, নিজৰ দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা আঁতৰি আহিবলৈ সাজু হওক ৷ আপোনাৰ চকুৰ সমস্যাই দেখা দিব পাৰে ৷ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব ৷ পঢ়ুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ বেআইনী আৰু বেয়া চিন্তাধাৰাক মনত আহিবলৈ নিদিব ৷ খৰচৰ সীমা চেৰাই যোৱাৰ আশংকা আছে ৷

সিংহ ৰাশি: আজি আপোনাৰ মনত উদ্দীপনা আৰু আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব আৰু তেওঁলোকৰ পৰা সুযোগ-সুবিধা পাব ৷ আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি সাধন হ’ব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিব ৷

কন্যা ৰাশি: সদিচ্ছা আৰু অহংকাৰৰ ফলত সংঘাতৰ সৃষ্টি হ’ব পাৰে ৷ আজি আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি কম হৈ থাকিব ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া আৰু তৰ্ক-বিতৰ্ক হোৱাৰ তীব্ৰ আশংকা আছে ৷ ধৰ্মীয় কাৰ্য-কলাপত ব্যয়ৰ সম্ভাৱনা ৷ স্বাস্থ্যৰ প্ৰতি সচেতন হওঁক, বিশেষকৈ আজি ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে ৷ যিমান দূৰ সম্ভৱ কাজিয়া বিবাদৰ পৰা দূৰত থাকক ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব ৷ দিনটো আপোনাৰ পছন্দৰ ব্যক্তিৰ সৈতে উপভোগ কৰিব ৷ বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি সাধন হ’ব ৷ বন্ধুৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব ৷ তেওঁলোকৰ দ্বাৰাও উপকৃত হ’ব পাৰে ৷ বিবাহপ্ৰাৰ্থীসকলৰ দিনটো শুভ ৷ খাদ্যৰসিক সকলৰ বাবে দিনটো বৰ ভাল ৷

বৃশ্চিক ৰাশি: দিনটো শুভ ৷ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো ভালদৰে পাৰ হ’ব ৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলে আপোনাৰ কামত সন্তুষ্ট হ’ব আৰু আপোনাৰ কামৰ প্ৰশংসা কৰিব ৷ পদোন্নতিৰ সম্ভাৱনা প্ৰবল ৷ ঘৰত সুখ-শান্তি আৰু আনন্দৰ পৰিবেশে বিৰাজ কৰিব ৷ অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে, সাজু থাকক ৷ সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ আৰু পৰিতৃপ্তি প্ৰদান কৰিব ৷

ধনু ৰাশি: আজি গোটেই দিন আপুনি অস্থিৰ আৰু এলেহুৱা অনুভৱ কৰিব ৷ আজি আপুনি মানসিক চাপ আৰু উদ্বেগত ভুগিব ৷ ব্যৱসায়ত বিফল হোৱাৰ প্ৰবল আশংকা ৷ ক্ষতিকৰ চিন্তা আৰু অনুভূতিসমূহক মনত আহিবলৈ নিদিব ৷ কোনো কাম কৰিবলৈ যোৱাৰ আগতে ভালকৈ পৰিকল্পনা কৰি লওক ৷

মকৰ ৰাশি: স্বাস্থ্যৰ কাৰণে পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক ৷ সামাজিক দায়বদ্ধতা আৰু বাহ্যিক ক্ৰিয়াকলাপৰ কাৰণে আপোনাৰ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ ব্যৱসায়িক দিশত দিনটো অনুকূল আৰু উজ্জ্বল ৷ নিজৰ অংশীদাৰসকলক মনত আঘাত দি কথা নক’ব ৷ কৰ্মক্ষেত্ৰত আজি সকলো কাম আপুনি নিজৰ অভিজ্ঞতাৰে সফলভাৱে সম্পন্ন কৰিব পাৰিব ৷

কুম্ভ ৰাশি: আজি আপুনি আপোনাৰ সকলো কাম সম্পূৰ্ণ দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সম্পন্ন কৰিব পাৰিব ৷ কোনো ভ্ৰমণ বা অৱসৰ বিনোদনৰ বাবে ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে ৷ আজি ৰংচঙীয়া পোছাক পিন্ধি ক’ৰবাত ফুৰিবলৈ যাব পাৰে ৷ বাহন চলাই আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে উজ্জ্বল আৰু ঘটনাবহুল ৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ শত্ৰু আৰু প্ৰতিপক্ষসকলে আপোনাৰ ওচৰত সেও মানিব ৷ নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ নিজৰ কথাবতৰা আৰু আচৰণত বিনম্ৰ হৈ থাকক ৷ সহকৰ্মীসকলে বিশেষকৈ সহায় কৰিব, তেওঁলোকৰ দ্বাৰা আপুনি উপকৃত হ’ব ৷ নিজ বাসভূমিৰ পৰা খবৰ পাই আপুনি আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ কৰ্ম-ব্যৱসায়ত উন্নতি লাভ...গভীৰ হ’ব প্ৰেমৰ সম্পৰ্ক...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.